ETV Bharat / city

এশ বছৰত ভৰি দিলে শিলচৰৰ অম্বিকা পট্টি পূজাই - উপস্থিত ডেপুটী স্পীকাৰ আমিনুল হক লস্কৰ

শিলচৰৰ অম্বিকা পট্টি পূজা মন্দপে সম্পূৰ্ণ কৰিলে 100 টাকৈ বছৰ । এশ বছৰ গৰকাৰ আনন্দত দেৱীক সোনৰ আ-অলংকাৰ পৰিধান কৰাই পূজা-অৰ্চনাৰ বাবে মুকলি কৰি দিলে পূজা কমিটিয়ে ৷

এশ বছৰত ভৰি দিলে শিলচৰৰ অম্বিকা পট্টি পূজাই
author img

By

Published : Oct 5, 2019, 10:51 AM IST

শিলচৰ, 5 অক্টোবৰ : শিলচৰৰ অম্বিকা পট্টি পূজা মন্দপে সম্পূৰ্ণ কৰিলে 100 টাকৈ বছৰ । এশ বছৰ গৰকাৰ আনন্দত দেৱীক সোনৰ আ-অলংকাৰ পৰিধান কৰাই পূজা-অৰ্চনাৰ বাবে মুকলি কৰি দিলে পূজা কমিটিয়ে ৷ এই শুভক্ষণতে জাতি-ধৰ্ম বিভেদ পাহৰি উপস্থিত হ'ল ডেপুটী স্পীকাৰ আমিনুল হক লস্কৰ ৷

শিলচৰৰ অম্বিকা পট্টি পূজা

পূজাত উপস্থিত হৈ লস্কৰে মন্তব্য কৰে যে, বৰাক উপত্যকাৰ পূজা মানেই হৈছে উৎসৱ আৰু সকলো লোকে জাতি-ধৰ্মৰ ভেদ-বিভেদ পাহৰি আনন্দত মতলীয়া হৈ উঠে ৷ এই অনুষ্ঠানত উপস্থিত থাকে সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱ আৰু বিভিন্ন ৰাজনৈতিক নেতা আৰু শিক্ষাবিদসকল ৷

Intro:শিলচৰৰ অম্বিকা পট্টি পূৰ্বপৰা 100 বছৰ পূৰ্ণ কৰিলে ।তাৰ কাৰণে হনৰ আ অলংকাৰ দী সজাইছে দেৱীক ।Body:জাতিভেদ ভুলি পূজাত অংশগ্ৰহণ কৰে ডেপুটী স্পীকাৰ।আমিনুল হওক লস্কৰ ও তেওঁ কলে বৰাক উপত্যকার পূজা মানে উৎসৱ আৰু জাতি ধৰ্ম ভুলি মানুহৰ আনন্দত মাতি ওঠে।Conclusion:সুস্মিতা দেৱ লগতে বিভিন্ন ৰাজনৈতিক আৰু শিক্ষাবিদ সকলে অংশগ্ৰহণ কৰে এই পূজাৰ পেন্দোলত
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.