ETV Bharat / city

নলবাৰী এজাক মহিলাৰ ৰণচণ্ডী ৰূপ - Protest Against Wine

নাৰী নিৰ্যাতন আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সাব্যস্ত তীব্ৰ প্ৰতিবাদ ৷

মাদক দ্ৰব্যৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Mar 17, 2019, 6:02 PM IST

নলবাৰী, ১৭ মাৰ্চঃ মাদক দ্ৰব্যৰ বিৰুদ্ধে নলবাৰীৰ ৰাজপথত এজাক মহিলা ৷ দেওবাৰে স্থানীয় দক্ষিণ কেন্দুকুছি মহিলা সমিতিৰ উদ্যোগত কেন্দুকুছি গাঁওৰ মহিলাসকলে মাদক দ্ৰব্য আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷

কেন্দুকুছি গাঁওৰ মহিলাসকলে স্থানীয় আৰক্ষী বিষয়া বুলবুল হুছেইনৰ সহযোগত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল লগত লৈ গাঁওখনৰ বিভিন্ন স্থানত চুলাই বিৰোধী অভিযানৰ লগতে এক সজাগতা সমদল বাহিৰ কৰে ৷ সমদলত গাঁওখনৰ বহুসংখ্যক মহিলাৰ লগতে স্থানীয় সচেতন ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷

মাদক দ্ৰব্যৰ বিৰুদ্ধে প্ৰতিবাদ

মহিলাসকলে গাঁওখনৰ বিভিন্ন স্থানত চুলাই ব্যৱসায়ীসকলৰ ঘৰে ঘৰে গৈ উচ্ছেদ অভিযান চলায় ৷ অভিযানৰ সময়তে চুলাই ব্যৱসায়ীসকলৰ সৈতে খণ্ডযুদ্ধটো লিপ্ত হয় মহিলাসকল ৷ পৰৱৰ্তী সময়ত মহিলাসকলে মদ প্ৰস্তুত কৰা সামগ্ৰীৰ লগতে বহু লিটাৰ চুলাই মদ ধ্বংস কৰে ৷

Intro:নলবাৰীত এজাক মহিলাৰ ৰণচন্ডী ৰূপ।

OCVO= দক্ষিণ কেন্দুকুছি মহিলা সমিতিৰ উদ্যোগত কেন্দুকুছি গাওঁৰ মহিলা সকলে মাদক দ্ৰব্য বন্ধ কৰাৰ লগতে নাৰী নিৰ্যাতন বন্ধ কৰাৰ দাবীত এক সজাগতা ৰেলী বাহিৰ কৰি পৰিবেশ উত্তাল কৰি তোলে শতাধিক মহিলা যুৱতী অংশ লয়। মহিলা সকলে অঞ্চলটোত চুলাই মদ প্ৰস্তুত কৰা ব্যৱসায়ী সকলৰ ঘৰে ঘৰে গৈ উচ্ছেদ অভিয়ান চলাই ।মহিলা সকলে ৰণচন্ডী ৰূপ ধৰি মদ প্ৰস্তুত কৰা সজুলি সমূহ এফালৰ পৰা চুৰ্ণ বিচুৰ্ণ কৰে।আনহাতে এই উচ্ছেদ অভিয়ানত মহিলা সকলক আৰক্ষী ৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে সহযোগ কৰে।Body:বাইটConclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.