ETV Bharat / city

নলবাৰীৰ হৰি মন্দিৰত পালন শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী

author img

By

Published : Aug 19, 2022, 8:40 PM IST

নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ বাকৰিত পালন কৰা হয় শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী ৷ পবিত্ৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি দৈৰ টেকেলি ভঙা প্ৰতিযোগিতা আৰু বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰাও উলিওৱা হয় ।

Sri sri Krishna Janmashtami celebrates in Nalbari
নলবাৰীৰ হৰি মন্দিৰত পালন শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী

নলবাৰী, ১৯ আগষ্ট : আজি ভগৱান শ্ৰী কৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী (Krishna janmashtami 2022) । সমগ্ৰ দেশৰ লগতে নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ বাকৰিটো পালন কৰা হয় শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী (Sri sri Krishna Janmashtami celebrates in Nalbari)৷ যাৰ উপলক্ষে পুৱাৰে পৰাই অগনন ভক্তই ভিৰ কৰেহি হৰি মন্দিৰৰ বাকৰিত ৷

বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আয়োজিত কৃষ্ণৰ জন্মাষ্টমী অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত এক ধৰ্মী শোভাযাত্ৰাও উলিওৱা হয় ৷ এই শোভাযাত্ৰত জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পাচতে নলবাৰীৰ হৰি মন্দিৰৰ বাকৰিত আয়োজন কৰা হয় দৈৰ টেকেলি ভঙা প্ৰতিযোগিতাও ৷

শ্ৰী কৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী উপলক্ষে বিশ্ব হিন্দু পৰিষদৰ (Vishva Hindu Parishad) নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰীৰ হৰি মন্দিৰৰ বাকৰিত এক ধৰ্মীয় আলোচনা চক্ৰও আয়োজিত কৰা হয় ।

লগতে পঢ়ক : কৃষ্ণ বন্দনাৰে মুখৰিত সত্ৰ নগৰী মাজুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.