ETV Bharat / city

থানাৰ সন্মুখতে ক'লা পতাকা উৰুৱাই বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Apr 27, 2019, 8:25 PM IST

মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাক আক্ৰমণ কৰা দুৰ্বৃত্তক বৰ্তমানেও আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰা কাৰ্যই সমগ্ৰ নলবাৰীতে বৰ্তমান চৰ্চা লাভ কৰিছে। দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই ক'লা পতাকা উৰুৱাই সাব্যস্ত কৰে প্ৰতিবাদ

বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নলবাৰী, ২৭ এপ্ৰিলঃ জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকাক আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত শনিবাৰে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই মুকালমুৱা থানাৰ সন্মুখত ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা এন্ধাৰৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল 'দৈনিক অসমৰ' মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাক। সাংবাদিক গৰাকীক আক্ৰমণ কৰা দুৰ্বৃত্তক বৰ্তমানেও আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰা কাৰ্যই সমগ্ৰ নলবাৰীতে বৰ্তমান চৰ্চা লাভ কৰিছে ৷

আৰু পঢ়কঃ নিৰ্বাচনে প্ৰভাৱ পেলাই নেকি দেশৰ অৰ্থনীতিত? এখন সুস্থিৰ চৰকাৰৰ অপেক্ষাত বাণিজ্য ক্ষেত্ৰ

অতিশীঘ্ৰেই এই ঘটনাত জড়িত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাই ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

Slug=Reporter Attack Update...27April..
Story FTP

#সাংবাদিকক কৰা আক্ৰমণৰ প্ৰতিবাদ বৰক্ষেত্ৰী আছুৰ#

V.O=জেষ্ঠ সাংবাদিক ৰাজেন ডেকাক  আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ নকৰা প্ৰতিবাদত আজি বৰক্ষেত্ৰী আঞ্চলিক  ছাত্ৰ সন্থাই মুকালমুৱা থানাৰ সন্মুখতে ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা এন্ধাৰৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল 'দৈনিক অসমৰ' মুকালমুৱাৰ সাংবাদদাতা ৰাজেন ডেকাক।সাংবাদিক গৰাকীক আক্ৰমণ কৰা দুষ্কৃতিকাৰী কেইজনক কি কাৰনে এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই তাক লৈ এতিয়া সমগ্ৰ নলবাৰীতে চৰ্চা লাভ কৰিছে ৷ অতিশীঘ্ৰে এই ঘটনাত জড়িত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়ে তাৰ বাবে এনেদৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই কলা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.