বঢ়মপুৰ, 17 ডিচেম্বৰ : আজি মধ্য অসমৰ তিৱা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ । পুৱা 7:30 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ । ভোটাৰসকলে পুৱাৰ পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷
সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটদান আৰম্ভ হৈছে । মধ্য অসমৰ কঠিয়াতলীৰ 31 নং লালুং পাৰ সমষ্টিৰ 3 নং গমাৰীআটি প্ৰাইমেৰী স্কুলত ভোটদান কৰে বিগত তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে ।
লগতে পঢ়ক : তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন : হোজাই জিলাত আৰম্ভ ভোটগ্ৰহণ