বঢ়মপুৰ,3 মেঃ নগাঁৱৰ দক্ষিণ পেটবঢ়াত স্থানীয় ৰাইজৰ উদ্যোগত সমূহীয়া বিবাহ অনুষ্ঠান ৷ এচাম ধনৱন্ত লোকৰ লাখটকীয়া বিবাহ অনুষ্ঠানৰ বিপৰীতে আন এচাম গ্ৰাম্য অঞ্চলৰ দুখীয়া নিচলাৰ বাবে বৰ্তমানৰ ৰঙীন বিবাহ অনুষ্ঠান এক দুঃসাধ্যত পৰিণত হৈছে। সেয়েহে দক্ষিণ পেটবঢ়া খোৰা গোঁসাই থানত সমূহীয়া বিবাহ অনুষ্ঠিত কৰি গাঁৱৰে পাঁচ যোৰা যুৱক-যুৱতীক যুগ্ম জীৱন গঢ়িবলৈ সহায় কৰাৰ লগতে সমাজে আঁকোৱালি ল'ব পৰাকৈ সকলো নীতি-নিয়মেৰে স্থানীয় ৰাইজে অনুষ্ঠিত কৰে এই সমূহীয়া বিবাহ কাৰ্যসূচী।
নগাঁৱৰ দক্ষিণ পেটবঢ়াত সমূহীয়া বিবাহ অনুষ্ঠান - দক্ষিণ পেটবঢ়া
দক্ষিণ পেটবঢ়া খোৰা গোঁসাই থানত সমূহীয়া বিবাহ অনুষ্ঠিত কৰি পাঁচ যোৰা যুৱক-যুৱতীক যুগ্ম জীৱন গঢ়ি তুলিবলৈ সহায় কৰাৰ লগতে সমাজে আঁকোৱালি ল'ব পৰাকৈ সকলো নীতি-নিয়মেৰে স্থানীয় ৰাইজে অনুষ্ঠিত কৰে এই সমূহীয়া বিবাহ কাৰ্যসূচী।
বঢ়মপুৰ,3 মেঃ নগাঁৱৰ দক্ষিণ পেটবঢ়াত স্থানীয় ৰাইজৰ উদ্যোগত সমূহীয়া বিবাহ অনুষ্ঠান ৷ এচাম ধনৱন্ত লোকৰ লাখটকীয়া বিবাহ অনুষ্ঠানৰ বিপৰীতে আন এচাম গ্ৰাম্য অঞ্চলৰ দুখীয়া নিচলাৰ বাবে বৰ্তমানৰ ৰঙীন বিবাহ অনুষ্ঠান এক দুঃসাধ্যত পৰিণত হৈছে। সেয়েহে দক্ষিণ পেটবঢ়া খোৰা গোঁসাই থানত সমূহীয়া বিবাহ অনুষ্ঠিত কৰি গাঁৱৰে পাঁচ যোৰা যুৱক-যুৱতীক যুগ্ম জীৱন গঢ়িবলৈ সহায় কৰাৰ লগতে সমাজে আঁকোৱালি ল'ব পৰাকৈ সকলো নীতি-নিয়মেৰে স্থানীয় ৰাইজে অনুষ্ঠিত কৰে এই সমূহীয়া বিবাহ কাৰ্যসূচী।
Anchor=আধুনিকতাই মানৱ সমাজক গ্ৰাস কৰাৰ সময়ত সামাজিক নীতি নিয়মৰে অনুস্থিত হোৱা বিবাহ কাৰ্যৰো সলনি হল ।এচাম ধনবন্তৰ লাখটকীয়া বিবাহ অনুস্থানৰ আনএচাম গ্ৰাম্য অঞ্চলৰ দুখীয়া নিচলাৰ বাবে বৰ্তমানৰ ৰঙীন বিবাহ অনুস্থান এক দুঃসাধ্যত পৰিণত হৈছে ।কিন্ত এনে সময়তে দক্ষিণ পেটবঢ়াৰ ৰাইজে দক্ষিণ পেটবঢ়া খোৰা গোঁসাই থানত সমূহীয়া বিবাহ অনুষ্ঠিত কৰি গাঁৱৰে পাঁচ যোৰা যুৱক-যুৱতীক যুগ্ম জীৱন গঢ়ি তুলিবলৈ সহায় কৰাৰ লগতে সমাজে আঁকোৱালি লব পৰাকৈ সকলো নীতি নিয়মৰে তেওঁলোকক উদ্ধাৰ কৰে।
Body:Byte=স্থানীয় গাওঁবাসী
আনহাতে সম্পূৰ্ণ গ্ৰাম্য জীৱনৰ পৰম্পৰা মাজৰে অনুস্থিত হোৱা এই বিবাহ কাৰ্য্যই সকলোৰে দৃষ্টি আৰ্কষণ কৰে ।
বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion: