ETV Bharat / city

১৮ টাকৈ বন্যহস্তীৰ মৃত্যু হোৱা স্থানত প্ৰশাসনৰ গছ পুলি ৰোপণ - tapatjuri plantation

নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত বন বিভাগ গছপুলি ৰোপন ৷ গছপুলি ৰোপন কাৰ্যসূচীত উপস্থিত থাকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷

tapatjuri hills plantation by forest department
তপতজুৰি পাহাৰত গছপুলি ৰোপণ কাৰ্যসূচী বনবিভাগৰ
author img

By

Published : Jun 5, 2021, 10:56 PM IST

চামগুৰি, 5 জুন : নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰিত ১৮ টাকৈ বন্যহস্তীৰ মৃত্যু হোৱা ঘটনাক এতিয়াও সহজভাৱে ল'ব পৰা নাই বিভিন্ন দল-সংগঠনে । ১৩ মে'ত সংঘটিত হোৱা উক্ত ঘটনাৰ পাছতেই এতিয়া তৎপৰ হৈ পৰিছে বন বিভাগ ।

tapatjuri hills plantation by forest department
১৮ টাকৈ বন্যহস্তীৰ মৃত্যু হোৱা স্থানত প্ৰশাসনৰ গছ পুলি ৰোপণ

আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস । আজিৰ দিনটোতেই ১৮ টাকৈ বন্যহস্তীৰ মৃত্যুৰ ঘটনাৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লয় বন বিভাগে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে বন বিভাগৰ উচ্চ পদস্থ বিষয়া, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ।

লগতে পঢ়ক : কাগজ কল নিলাম সন্দৰ্ভত চৰকাৰক তীব্র সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.