ETV Bharat / city

বটদ্ৰৱাত নিজ মাতৃক হত্যা পুত্ৰৰ - হত্যাকাৰী আছাদুল ইছলাম গ্ৰেপ্তাৰ

বটদ্ৰৱাৰ চলাপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পুত্ৰই হত্যা কৰিলে নিজ মাতৃক ৷ গ্ৰেপ্তাৰ হত্যাকাৰী পুত্ৰ ৷

author img

By

Published : Feb 7, 2020, 4:41 AM IST

বটদ্ৰৱা, 7 ফেব্ৰুৱাৰীঃ বটদ্ৰৱাত কলি যুগৰ পৰশুৰাম । নিজ মাতৃক দাৰে ঘপিয়াই হত্যা কৰিলে আছাদুল ইছলাম নামৰ কুলংগাৰ পুত্ৰই । পুনৰ মানৱ সমাজক লজ্জানত কৰা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে বটদ্ৰৱাৰ চলাপথাৰত । মদৰ ৰাগীত মাতাল হৈ দাৰে ঘপিয়াই হত্যা কৰে আয়েছা খাতুন নামৰ ৫৫ বছৰীয়া বৃদ্ধ মাতৃক। দীৰ্ঘদিনৰ পৰা চলি অহা পাৰিবাৰিক কন্দলৰ পৰিণতিতেই সংঘটিত হয় এই কৰুণ ঘটনা ।

চলাপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড

ইতিমধ্যে ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰে ৷ ইফালে মাতৃক হত্যা কৰি পলায়নৰ চেষ্টা চলাওতেই হত্যাকাৰী আছাদুল ইছলামক ৰাইজে কৰায়ত্ত কৰি উত্তম মধ্যম সুধাই গতাই দিয়ে বটদ্ৰৱা আৰক্ষীক । পিচত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হত্যাকাৰী আছাদুল ইছলামক অব্যাহত ৰাখিছে মাৰাথন জেৰা । এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র বটদ্ৰৱাতে ৷

Intro:বটদ্ৰৱাৰ চলাপথাৰত চাঞ্চল্যকৰ হত্যা কাণ্ড।কুলাঙ্গাৰ পুত্ৰই হত্যা কৰিলে নিজ মাতৃক ।Body:বটদ্ৰৱাত কলি যুগৰ পৰশুৰাম । নিজ মাতৃক দাৰে ঘপিয়াই হত্যা কৰিলে আছাদুল ইছলাম নামৰ কুলংগাৰ পুত্ৰই । পুনৰ মানৱ সমাজক লজ্জানত কৰা চাঞ্চল্যকৰ হত্যা কাণ্ড সংঘটিত হৈছে বটদ্ৰৱাৰ চলাপথাৰত । মদৰ ৰাগীত মাতাল হৈ দাৰে ঘপিয়াই হত্যা কৰে আয়েছা খাতুন নামৰ ৫৫ বছৰীয়া বৃদ্ধ মাতৃক। দীৰ্ঘ দিনৰ পাৰিবাৰিক সংঘাতৰ কৰুণ পৰিণতি সংঘটিত হল হত্যা । ইতিমধ্যে ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে নগাঁৱলৈ ।ইফালে নিজ মাতৃক হত্যা কৰি পলায়ন কৰিবলৈ লওঁতেই হত্যাকাৰী কুলংগাৰ পুত্ৰ আছাদুল ইছলামক ৰাইজে কৰায়ত্ত কৰি চমজালে বটদ্ৰৱা আৰক্ষীক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হত্যাকাৰী আছাদুল ইছলামক অব্যাহত ৰাখিছে মাৰাথন জেৰা । যাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্র বটদ্ৰৱাতে ।___________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.