নগাঁও, 24 আগষ্ট: শুকুৰবাৰৰ পৰা নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক আন্তৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ ৷ চিনেমালয় ক্লাৱ আৰু চুটি ছবি নিৰ্মাতা খঞ্জন কিশোৰ নাথৰ বিশেষ আয়োজনত অনুষ্ঠিত হৈছে আন্তৰাষ্ট্ৰীয় মহোৎসৱত,য'ত অসম,ৰাছিয়া,জাপান,জাৰ্মানীকে আদি কৰি মুঠ 16 খন দেশৰ চুটি ছবি প্ৰদৰ্শিত হ'ব ৷ সমাজৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰ্মিত এই চুটি ছবিসমূহে ছাত্ৰ ছাত্ৰীৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব পৰিচালক খঞ্জন কিশোৰ নাথে আশা প্ৰকাশ কৰে ৷ ইফালে অসমত চিনেমালয় আৰু খঞ্জন কিশোৰ নাথৰ প্ৰচেষ্টাক শলাগ লৈছে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচৰ্যই ৷
নগাঁৱত আন্তৰাষ্ট্ৰীয় তথ্য চিত্ৰ আৰু চুটি ছবি মহোৎসৱ - চুটি ছবি নিৰ্মাতা খঞ্জন কিশোৰ নাথ
প্ৰদৰ্শিত হ'ব অসম,ৰাছিয়া,জাপান,জাৰ্মানীকে ধৰি ১৬ খন দেশৰ চুটি ছবি ৷
নগাঁও, 24 আগষ্ট: শুকুৰবাৰৰ পৰা নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক আন্তৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ ৷ চিনেমালয় ক্লাৱ আৰু চুটি ছবি নিৰ্মাতা খঞ্জন কিশোৰ নাথৰ বিশেষ আয়োজনত অনুষ্ঠিত হৈছে আন্তৰাষ্ট্ৰীয় মহোৎসৱত,য'ত অসম,ৰাছিয়া,জাপান,জাৰ্মানীকে আদি কৰি মুঠ 16 খন দেশৰ চুটি ছবি প্ৰদৰ্শিত হ'ব ৷ সমাজৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰ্মিত এই চুটি ছবিসমূহে ছাত্ৰ ছাত্ৰীৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব পৰিচালক খঞ্জন কিশোৰ নাথে আশা প্ৰকাশ কৰে ৷ ইফালে অসমত চিনেমালয় আৰু খঞ্জন কিশোৰ নাথৰ প্ৰচেষ্টাক শলাগ লৈছে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচৰ্যই ৷
Body:নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে আন্তৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্য চিত্ৰ মহোৎসৱ। চিনেমালয় নামৰ এটা প্ৰতিষ্ঠান আৰু খঞ্জন কিশোৰ নাথৰ বিশেষ আয়োজনত অনুষ্ঠিত এই মহোৎসৱত অসম, ৰাছিয়া, জাপান, জাৰ্মানীকে ধৰি ১৬ খন দেশৰ চুটি ছবি প্ৰদৰ্শিত হব। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত চুটি ছবিসমূহ নিৰ্মাণ কৰা হৈছে যিয়ে ছাত্ৰ ছাত্ৰীৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি দাবী পৰিচালকৰ। অসমত চিনেমালয় আৰু খঞ্জন কিশোৰ নাথৰ একক প্ৰচেষ্টাত আৰম্ভ হোৱা চুটি ছবি আৰু তথ্য চিত্ৰ মহোৎসৱক শলাগ লৈছে শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ উপাচৰ্য্যই।
bite--
--------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৩-৮-১৯
Conclusion: