ETV Bharat / city

নগাঁৱত সন্ধানহীন এজন বিশেষভাৱে সক্ষম ব্যক্তি

নগাঁৱত গিয়াজ উদ্দিন নামৰ এগৰাকী বিশেষভাৱে সক্ষম ৬৫ বছৰীয়া ব্যক্তি সন্ধানহীন ৷ পৰিয়ালৰ লোকৰ এজাহাৰ দাখিল ৷

author img

By

Published : Jun 18, 2021, 10:42 PM IST

Missing physically challenged people in nagaon
নগাঁৱত সন্ধানহীন এজন বিশেষভাৱে সক্ষম ব্যক্তি

চামগুৰি, 18 জুন : নগাঁও চহৰৰ চকিটুপৰ নিৱাসী গিয়াজ উদ্দিন নামৰ এগৰাকী বিশেষভাৱে সক্ষম ৬৫ বছৰীয়া ব্যক্তি সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ থকা ব্যক্তিজনে ঘৰুৱা কামৰ বাবে ওলাই গৈছিল ৷

বহু বিচাৰ খোচাৰ কৰিও গিয়াজ উদ্দিন নামৰ ব্যক্তিজনৰ সন্ধান লাভ কৰিব পৰা নাই পত্নী আৰু কন্যায়ে । সন্ধানহীন গিয়াজ উদ্দিনৰ পত্নী জুবেদা বেগমে এই সন্দৰ্ভত নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব দিয়ে ।

কিন্তু বৰ্তমানলৈকে স্বামীৰ কোনো খবৰ লাভ কৰা নাই পৰিয়ালৰ লোকে । কোনো সদাশয় ব্যাক্তিয়ে যদি গিয়াজ উদ্দিনৰ খবৰ লাভ কৰে তেন্তে নিকটৱৰ্তী থানাত অথবা 7002326316 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ সদস্যই অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : মৰাণ আৰু চেপন টাউনৰ সকলো বিপণি ১২ বজাত বন্ধ কৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.