ETV Bharat / city

নগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিং

author img

By

Published : Nov 3, 2020, 9:46 AM IST

চাৰে চাৰি বছৰে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰা বিজেপিৰ মন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে পুনৰ বোৱাইছে প্ৰতিশ্ৰুতিৰ বন্যা । নগাঁৱত মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ ।

নগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিং
নগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিং

নগাঁও, 3 নৱেম্বৰ : সোমবাৰে নিশা নগাঁৱৰ জ্যেষ্ঠ নাগৰিক আৰু সত্ৰাধিকাৰৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে । চাৰে চাৰি বছৰে কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে পুনৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিঙে । বিজেপি চৰকাৰে অসমত ভ্ৰষ্টাচাৰী শাসন চলোৱা বুলি উল্লেখ কৰি অসমৰ জনতাই চৰকাৰৰ পৰিৱৰ্তন বিচাৰি নিৰ্বাচনলৈ অপেক্ষা কৰি থকা বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

বিহাৰত কংগ্ৰেছৰ আশ্বৰ্যজনক ফলাফল লাভ কৰিব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙে । ইপিনে চিকিৎসাধীন হৈ থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি তৰুণ গগৈয়ে অতি শীগ্ৰে সুস্থ হৈ অসমৰ কংগ্ৰেছক শক্তিশালী কৰিব বুলি আশাবাদী কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং ৷

লগতে পঢ়ক : যোৰহাটত কংগ্ৰেছৰ মাণ্ডলিক পৰ্যায়ৰ বিষয়ববীয়া সভাত উপস্থিত জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.