ETV Bharat / city

নগাঁৱৰ লাওখোৱা ৰোডত হিৰইন-ব্ৰাউন চুগাৰ জব্দ

author img

By

Published : Sep 1, 2019, 11:42 PM IST

Updated : Sep 2, 2019, 8:10 AM IST

নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

নগাঁৱত হিৰইন-ব্ৰাউন চুগাৰ জব্দ

নগাঁও, 1 ছেপ্তেম্বৰ

  • দেওবাৰে নগাঁৱত আৰক্ষীৰ অভিযানত জব্দ বৃহৎপৰিমাণৰ হিৰইন-ব্ৰাউন চুগাৰ
  • সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন দেউৰীৰ নেতৃত্বত লাওখোৱাত অভিযান
  • লাওখোৱা ৰোডৰ বিপ্লৱ হাজৰিকাৰ বাসগৃহৰ পৰা জব্দ 4 শ 50 গ্ৰাম নিচাজাতীয় সামগ্ৰী জব্দ
  • আটক বিপ্লৱ হাজৰিকা,হেমন্ত গুৰুং

নগাঁও, 1 ছেপ্তেম্বৰ

  • দেওবাৰে নগাঁৱত আৰক্ষীৰ অভিযানত জব্দ বৃহৎপৰিমাণৰ হিৰইন-ব্ৰাউন চুগাৰ
  • সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন দেউৰীৰ নেতৃত্বত লাওখোৱাত অভিযান
  • লাওখোৱা ৰোডৰ বিপ্লৱ হাজৰিকাৰ বাসগৃহৰ পৰা জব্দ 4 শ 50 গ্ৰাম নিচাজাতীয় সামগ্ৰী জব্দ
  • আটক বিপ্লৱ হাজৰিকা,হেমন্ত গুৰুং
Intro:নগাওঁ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰুইন, ব্ৰাউন চুগাৰ। দুজনক আটক।


Body:নগাওঁ আৰক্ষীয়ে দেওবাৰে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰুইন, ব্ৰাউন চুগাৰ। নগাওঁ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়ে শৈলেন দেউৰী, যান বাহন শাখাৰ বিষয়া হান্নান লস্কৰ আৰু নগৰ শাখাৰ বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই লাওখোৱা ৰোডৰ বিপ্লৱ হাজৰিকাৰ বাসগৃহৰ পৰা জব্দ কৰে ৩ শ ৫০ গ্ৰাম ব্ৰাউন চুগাৰ আৰু হেৰুইন জব্দ কৰে। আৰক্ষীৰ দলটোৱে ব্যৱসায়টোত জড়িত বিপ্লৱ হাজৰিকাৰ লগতে সন্দেহত আটক কৰে গুৱাহাটীৰ হেমন্ত গুৰুং নামৰ আন এজন লোকক।
bite-
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১-৯-১৯


Conclusion:
Last Updated : Sep 2, 2019, 8:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.