ETV Bharat / city

গড়াজানত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল দুই আৱাসগৃহ - স্থানীয় বিধায়ক নুৰুল হুদাই ঘটনাস্থলীত উপস্থিত

গড়াজানত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল দুই আৱাসগৃহ ৷ অগ্নিকাণ্ডত প্ৰায় 20 লক্ষাধিক টকাৰ সম্পত্তি জাহ ৷

অগ্নিকাণ্ডত প্ৰায় 20 লক্ষাধিক টকাৰ সম্পত্তি জাহ
গড়াজানত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল দুই আৱাসগৃহ
author img

By

Published : Nov 10, 2020, 7:00 PM IST

চামুগুৰি, 10 নৱেম্বৰ : আজি পুৱা ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ফুটালঝাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত দুটা আবাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । গাঁওখনৰ ছাইফুল ইছলামৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড । বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি সন্দেহ কৰিছে পৰিয়াল লোকে ।

অগ্নিকাণ্ডত প্ৰায় 20 লক্ষাধিক টকাৰ সম্পত্তি জাহ
গড়াজানত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল দুই আৱাসগৃহ

লেলিহান জুইয়ে ছানি ধৰা বাসগৃহ স্থানীয় ৰাইজৰ তৎপৰতাত কিছু নিয়ন্ত্ৰণলৈ আহে । পাচত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰে । জুইত পৰিয়ালটোৰ প্ৰায় 20 লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় । ইপিনে স্থানীয় বিধায়ক নুৰুল হুদাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক : জালুকবাৰী আয়ুৰ্বেদিক চিকিৎসালয়ত এটা ক'ভিড স্কেনিং চেন্টাৰ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.