ETV Bharat / city

নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনিত পৰিবেশ দিৱস পালন

author img

By

Published : Jun 5, 2021, 10:51 PM IST

সমগ্ৰ বিশ্বৰ লগতে বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনিতো পৰিৱেশ দিৱস উৎযাপন । দুই শতাধিক আৰক্ষী জোৱানে প্ৰায় দুই হাজাৰ ফল-মূলৰ পুলি ৰোপণ কৰে ৷

environment day celebration in _9 th apbn camp in barhampur
বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনিত পৰিবেশ দিৱস পালন

চামগুৰি, 5 জুন : আজি 5 জুন অৰ্থাৎ বিশ্ব পৰিবেশ দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যতো অতি গুৰুত্বপূৰ্ণভাৱে পালন কৰিছে এই বিশেষ দিনটো । বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনিত ৰূপায়ণ কৰিছে গছপুলি ৰোপণ কাৰ্যসূচী ।

বাহিনীটোৰ অধিনায়ক মানবেন্দ্ৰ দেৱ ৰয় আৰু দুই শতাধিক আৰক্ষী জোৱান সকলে প্ৰায় দুই হাজাৰ ফল-মূলৰ পুলি চাউনিটোৰ বিভিন্ন স্থানত গছপুলি ৰোপন কৰে । সেউজী পৰিৱেশ গঢ়াৰ সংকল্প গ্ৰহণ কৰি বাহিনীটোৰ বিভিন্ন স্থানত থকা প্লাটনটোৰ সকলোৱে আজি এই দিনটোত একোটাকৈ গছ পুলি ৰোপণ কৰে ।

লগতে পঢ়ক : ডাঃ সেনাপতিয়ে পাব পছন্দৰ ঠাইত কাম কৰাৰ সুবিধা: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.