ETV Bharat / city

চাপৰমুখত অচিনাক্ত বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপ

author img

By

Published : May 21, 2020, 10:28 AM IST

চাপৰমুখ শইকীয়াল গাঁৱত অচিনাক্ত বাহনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ কফ চিৰাপৰ কাৰ্টুন ৷ আৰক্ষীয়ে ইতিমধ্যে উক্ত ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৷

Drugs seized in a Maruti car at Sapormukh
অচিনাক্ত বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপ

ৰহা, 21 মেঃ ৰহাৰ চাপৰমুখৰ শইকীয়াল গাঁৱত অচিনাক্ত বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপৰ কাৰ্টুন ৷ স্থানীয় লোকৰ তৎপৰতাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে কফ চিৰাপৰ কাৰ্টুনখিনি ৷

নিশা ৰহাৰ চাপৰমুখ শইকীয়াল গাঁৱত স্থানীয় লোকে এখন মাৰুতি বাহন প্ৰত্যক্ষ কৰে । উক্ত ঘটনাত সন্দেহ হৈ আৰক্ষীক অৱগত কৰে স্থানীয় লোকে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহনখনৰ লগতে জব্দ কৰে কফ চিৰাপৰ বটলসমূহ । ইতিমধ্যে বাহনখন পথৰ ওপৰতে এৰি থৈ চালকজনে পলায়ন কৰে । আৰক্ষীয়ে উক্ত ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, জব্দ কৰা বাহনখনৰ অৰুণাচলত পঞ্জীকৃত বাহনখনৰ নম্বৰ AR 01G 2831 ৷

লগতে পঢ়কৃ- সম্পুৰ্ণ দৰমহাৰ দাবীত ধুনশ্ৰী চাহ বাগিছাত চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.