ETV Bharat / city

কংগ্ৰেছৰ শোচনীয় পৰাজয়ত দুখী গৌৰৱ

কলিয়াবৰত বিজয় নিশ্চিত হোৱাৰ পিছতে নগাঁৱৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট গণনা কেন্দ্ৰত উপস্থিত গৌৰৱ গগৈ ।

ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ পৰাজয় স্বীকাৰ গৌৰৱ গগৈৰ
author img

By

Published : May 23, 2019, 8:47 PM IST

Updated : May 23, 2019, 8:59 PM IST

কলিয়াবৰ, 23 মে’: বৃহস্পতিবাৰে সন্ধিয়া নগাঁৱৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট গণনা কেন্দ্ৰত উপস্থিত হয় গৌৰৱ গগৈ ৷

নিজৰ বিজয়ত সুখ প্ৰকাশ যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ত দুখ প্ৰকাশ গৌৰৱ গগৈৰ ৷ নিজে পৰাজয়বৰণ কৰি যদি ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ দল জয় হ’ল হেতেন তেন্তে বেছি আনন্দিত হ’লো হয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য গৌৰৱ গগৈৰ । ইপিনে কংগ্ৰেছ দলৰ পৰাজয়ৰ পিচতেই নতুন চিন্তাৰে দলটো আগুৱাই নিয়াৰ পোষকতা গৌৰৱ গগৈৰ । লগতে বিজেপিক ৰাইজৰ হৈ অধিক কাম কৰিবলৈ আহ্বান গৌৰৱৰ ।

Golaghat 23.05.2019
as_glt_gourav gogoi react_vis_byte_7205572
O.C. : বিজয় নিশ্চিত হোৱাৰ পিছত  নগাঁৱৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় গণনা কেন্দ্ৰত উপস্থিত গৌৰৱ গগৈ। ৰাষ্ট্ৰ পৰ্যায়ত সুচনীয় পৰাজয় হোৱাক স্বীকাৰ গৌৰৱ গগৈৰ। নিজেই হাৰি যদি ৰাষ্ট্ৰ পৰ্যায়ত জয় লাভ কৰিলে আনন্দিত হ'ল হেতেন। জয়ী হৈছে যদিও দলৰ ফলাফলক লৈ অসন্তুষ্টি। নতুন চিন্তাৰে দল আগুৱাই নিয়াৰ পোষকতা গৌৰৱ গগৈৰ। বিজেপিক ৰাইজৰ হৈ অধিক কাম কৰিবলৈ আহ্বান। ভোটগ্ৰহণ কেন্দ্ৰত বৰ্তমানো চলি আছে ভোট গণনা।
Byte 1: গৌৰৱ গগৈ।
Feed send by mojo.
Last Updated : May 23, 2019, 8:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.