ETV Bharat / city

বটদ্ৰৱাত শোকাৱহ পথ দুর্ঘটনা

author img

By

Published : Jul 27, 2019, 12:07 PM IST

ন-সত্ৰত পুৱতি নিশা সংঘটিত হল পথ দুর্ঘটনাটো

পুৱতি নিশা ন-সত্ৰত সংঘটিত হল পথ দুর্ঘটনাটো
  • নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত বাগৰি পৰিল AS 02 J 8929 নম্বৰৰ এখন পালছাৰ বাইক
  • থিতাতে নিহত নুৰুল চেখ নামৰ নগাঁৱৰ ইছলামপটিৰ এজন যুৱক
  • আহত মুকুল হাজৰিকাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ
  • দ্ৰুতগতিত মটৰচাইকেল চলোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজৰ মন্তব্য

Intro:বটদ্ৰৱাৰ ন-সত্ৰত পুৱতি নিশা শোকাৱহ পথ দুর্ঘটনা । নিহত এজন আহত এজন ।Body:বটদ্ৰৱাৰ ৰাইদঙীয়াৰ ন-সত্ৰত পুৱতি নিশা শোকাৱহ পথ দুর্ঘটনা ।নিয়ন্ত্রণ হেৰুৱাই দ-খাৱৈত বাগৰি পৰি থিতাতে নিহত এজন আহত এজন ।নিহত লোক জনৰ নাম নুৰুল চেখৰ ঘৰ নগাঁৱৰ ইছলামপটি । আহত জনৰ নামৰ মুকুল হাজৰিকা । AS02 J 8929 পালছাৰ মটৰ চাইকেলেৰে বটদ্ৰৱাৰ গা-খজুৱাৰ পৰা নগাওঁলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা । নিশাই জাজৰি আৰক্ষী ঘটনাস্হলীৰ উপস্থিত হৈ আঘাতপ্রাপ্ত মুকুল হাজৰিকাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰন কৰাৰ লগতে দ-খাৱৈৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নিশাই প্রেৰণ কৰে নগাঁও অসামৰিক চিকিৎসালয়লৈ । স্থানীয় ৰাইজৰ মন্তব্য দ্ৰুতগতিত গাড়ী চলোৱাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে । এই শোকাৱহ পথ দুৰ্ঘটনাত অঞ্চলজুৰি এক শুকাকুল পৰিবেশৰ সূচনা হয় ।__________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.