ETV Bharat / city

নগাঁৱত 12 বছৰীয়া কিশোৰীক বলাৎকাৰ - 12 year old girl

নগাঁও জিলাৰ কঠিয়াতলী অঞ্চলৰ গৰুবন্ধাত ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী ১২ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰে ঘন কুৰ্মী নামৰ এজন ব্যক্তিয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ঘন কুৰ্মীক গ্ৰেপ্তাৰ কৰিছে ৷ সম্প্ৰতি  কিশোৰী গৰাকী নগাঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

নগাঁৱৰ কঠিয়াতলীৰ গৰুবন্ধাত এগৰাকী ১২ বছৰীয়া কিশোৰীক বলাৎকাৰ
author img

By

Published : Aug 4, 2019, 3:23 PM IST

নগাঁও, 4 আগষ্ট : নগাঁও জিলাৰ কঠিয়াতলী অঞ্চলৰ গৰুবন্ধাত এগৰাকী ১২ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰে ঘন কুৰ্মী নামৰ এজন ব্যক্তিয়ে ৷ ঘটনা অনুসৰি শুকুৰবাৰে দুপৰীয়া কিশোৰী গৰাকীৰ পিতৃ-মাতৃ পথাৰলৈ যোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অভিযুক্ত ঘন কুৰ্মীয়ে সংঘটিত কৰে এই জঘন্য কাণ্ড ৷ পিছত পিতৃ-মাতৃ ঘৰ আহি উপস্থিত হোৱাৰ পাচতেই কিশোৰী গৰাকীয়ে সকলো কথা ভাঙি-পাতি কোৱাত ঘটনাটো পোহৰলৈ আহে ৷ কিশোৰী গৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত কঠিয়াতলী থানাত এজাহাৰ দাখিল কৰে ৷ ইতিমধ্যে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ঘন কুৰ্মীক গ্ৰেপ্তাৰ কৰিছে ৷সম্প্ৰতি কিশোৰী গৰাকী নগাঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

Intro:নগাঁৱৰ কঠিয়াতলীৰ গৰুবন্ধাত এগৰাকী ১২ বছৰীয়া কিশোৰীক বলাৎকাৰ এটা পাষণ্ড‌ৰ ।

Anchor= নগাঁৱৰ কঠিয়াতলীৰ গৰুবন্ধাত সংঘটিত হৈছে জঘন্য ঘটনা।ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গৰুবন্ধাৰ মিকিৰ গাঁৱত এগৰাকী ১২ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰে ঘন কুৰ্মী নামৰ এটা পাষণ্ড‌ই । জানিব পৰা মতে শুক্ৰবাৰে দুপৰীয়া কিশোৰী গৰাকীৰ পিতৃ-মাতৃ পথাৰলৈ যোৱাৰ সূযোগ গ্ৰহণ কৰি ঘন কুৰ্মী নামৰ পাষন্ড‌ই কিশোৰী গৰাকীক বলৎকাৰ কৰে।পিছত কিশোৰী গৰাকীৰ পিতৃ-মাতৃ ঘৰত উপস্থিত হোৱাৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে।পিছত কিশোৰী গৰাকী মাতৃ ৰীনা কুৰ্মীয়ে কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।মাতৃ ৰীনা কুৰ্মীএজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘন কুৰ্মী নামৰ পাষণ্ডটোক ৷ কিশোৰী গৰাকী বৰ্তমান নগাঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷Body:Byte= মাতৃ

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.