ETV Bharat / city

তিতাবৰত জব্দ বৃহৎ পৰিমাণৰ সুৰা

author img

By

Published : Apr 9, 2019, 7:17 PM IST

মৰিয়নি পৰা মেৰাপানীলৈ নি থকাৰ সময়তে জব্দ হয় বৃহৎ পৰিমানৰ সুৰাখিনি ৷ ৰাইজে জব্দ কৰি গতাই দিলে আৰক্ষীক

etv bharat

তিতাবৰ, 9 এপ্ৰিলঃ নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততে তিতাবৰত জব্দ বৃহৎ পৰিমাণৰ সুৰা ৷ তিতাবৰৰ বেকাজান অঞ্চলৰ ৰাইজৰ হাতত মঙলবাৰে জব্দ হয় বিলাতী সুৰা ভৰ্তি বাহনখন ৷

সুৰাখিনি মৰিয়নীৰ পৰা মেৰাপানীলৈ নি থকা অৱস্থাত সুৰাখিনি জব্দ কৰি ৰাইজে বেকাজান আৰক্ষীক গতাই দিয়ে ৷ ইফালে, আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অবৈধভাৱে কঢ়িয়াই অনা সুৰাখিনিৰ মালিক লাটু শইকীয়া বুলি জানিব পৰা গৈছে ৷ তিতাবৰ ফ্লায়িং স্কোৱাডে এতিমধ্যে সুৰাখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

Intro:তিতাবৰ মহকুমা অন্তৰ্গত বেকাজান আৰক্ষী চকীৰ অন্তৰ্গত 36 ঘৰীয়ৰ ৰাইজে আজি বিলাতী সুৰাৰে ভৰ্তি গাড়ী এখন ধৰি আৰক্ষী সমজাই দিয়ে।Body:নিৰ্বাচনৰ প্ৰাক খনত আজি বিলাতী সুৰা ভতি গাড়ী এখন ধৰি 36গৰীয়া ৰাইজে বেকাজান আৰক্ষী সমজাই দিয়ে ।সুৰা সমূহ মৰিয়নি পৰা মেৰাপানী লৈ নিয়া হৈছিল।সুৰা খিনিৰ মালিক লাটো শইকীয়া বুলি জনা গৈছে ।বৰ্তমান তিতাবৰ ফ্লায়িং সকৰ্টি দলে চিজ কৰিছে সুৰা সমূহConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.