ETV Bharat / city

মহালয়াত প্ৰাতঃভ্ৰমণ কৰিব নোৱাৰিব জনতাই : যোৰহাট প্ৰশাসন - যোৰহাটত কিছু নীতি নিৰ্দেশনাৰ মাজৰে অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গা পূজা

ৰাজ্যত এতিয়া চলি আছে চতুৰ্থ পৰ্যায়ৰ আন লক্ প্ৰক্ৰিয়া ৷ অথচ ৰোধ হোৱা নাই কৰ’ণা সংক্ৰমণ । এনে পৰিস্থিতি কি হ’ব এইবাৰ শাৰদীয় দুৰ্গা পূজা ।

মহালয়াত প্ৰাত:ভ্ৰমণ কৰিব নোৱাৰিব জনতাই : যোৰহাট প্ৰশাসন

author img

By

Published : Sep 4, 2020, 10:47 PM IST

যোৰহাট, 4 ছেপ্তেম্বৰ: আৱেগ আৰু স্বাভীমানৰ বিহু উযদাপন কৰিবলৈ নোপোৱাৰ পিছত এইবাৰ শাৰদীয় দুৰ্গা অনুষ্ঠিত কৰিব কৰিব পৰা যাবনে । তাকে লৈ এতিয়া বহু লোকৰ মাজত ব্যাপক উৎকণ্ঠা ৷

কিন্তু ইয়াৰ মাজতেই সাংস্কৃতিক নগৰী যোৰহাটত কিছু নীতি নিৰ্দেশনাৰ মাজৰে অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গা পূজা । যোৰহাটৰ 85 খন পূজা সমিটি আৰু প্ৰশাসনৰ মাজত হোৱা এক সৌহাদ্যপূৰ্ণ আলোচনা চক্ৰৰ পাছতেই এই সিদ্ধান্তৰ কথা উল্লেখ কৰে যোৰহাট পূজা সমিতিৰ সমন্ধ ৰক্ষী সভাপতি দেৱজিৎ বৰদলৈয়ে ।

নীতি নিৰ্দেশনাৰ মাজৰে অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গা পূজা

আনহাতে এইবাৰ যোৰহাটত পূজাৰ মূৰ্তি পাঁচ ফুট উচ্চতাকৈ বেছি হ’ব নোৱাৰিব আৰু পূজা মন্দপত 20 জনকৈ বেছি মানুহ একত্ৰিত হ’ব নোৱাৰিব । ইয়াৰ লগতে পথৰ কাষত অনুষ্ঠিত কৰা পূৰ্বৰ পূজা এইবাৰ অনুষ্ঠিত কৰিব নোৱাৰিব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, এইবাৰ শাৰদীয় দুৰ্গা পূজাত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো ধৰণৰ মেলা, জাক-জমকটা ৷ লগতে মহালয়াত প্ৰাতঃভ্ৰমণতো বাধা আৰোপ কৰিছে যোৰহাট প্ৰশাসনে ৷

লগতে চাওক-10-15 জোপা চাহ গছ ৰোপণ কৰি বছৰটোৰ বাবে কেনেকৈ ল’ব চাহৰ জুতি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.