etv bharat ৰ নিৰ্বাচন মহাৰণত মতামতযোৰহাট, ১৬ মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনক লৈযোৰহাট নিৰ্বাচন মতামতসাজু যোৰহাটবাসী । কি হ'ব এইবাৰৰ লোক-নিৰ্বাচন। যোৰহাট সমষ্টিত বিজেপি নে কংগ্ৰেছৰ হ'ব জয়লাভ। নতুন ভোটাৰে কি বিচাৰে। সকলো সামৰি etvBharat ৰ নিৰ্বাচনৰ মহাৰণত মতামত।