ETV Bharat / city

যোৰহাটৰ জয়া নগৰত মেধাৱী ছাত্ৰীৰ আত্মহত্যা

author img

By

Published : Jun 6, 2020, 9:53 PM IST

যোৰহাটৰ বঙালপুখুৰীৰ জয়া নগৰত মেধাৱী ছাত্রীৰ আত্মহত্যা ৷ আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম কঙ্কিতা বৰা ৷

One Student Suicide in Jorhat
যোৰহাটৰ জয়া নগৰত মেধাবী ছাত্ৰীৰ আত্মহত্যা

যোৰহাট, 6 জুনঃ যোৰহাটৰ বঙালপুখুৰীৰ জয়া নগৰত সংঘটিত হয় আত্মহত্যাৰ ঘটনা ৷ এগৰাকী মেধাৱী ছাত্ৰীয়ে আত্মহত্যা কৰে ৷ যোৰহাট জিলাৰ বঙালপুখুৰীৰ জয়া নগৰত মেধাৱী ছাত্ৰীয়ে আত্মহত্যা কৰে ৷ আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম কঙ্কিতা বৰা ৷ শনিবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত উত্তীর্ণ হৈছিল কঙ্কিতা ৷ কিন্তু আশা কৰা মতে নম্বৰ নোপোৱাৰ বাবে ছাত্ৰী গৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে ৷ ছাত্ৰী গৰাকীয়ে যোৰহাট বাল্য ভৱনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিল ৷ কঙ্কিতাৰ দেউতাকৰ নাম ধীৰেণ বৰা আৰু তেওঁ যোৰহাট ধেনুচোচা হাইস্কুলৰ শিক্ষক বুলি জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক- আমিনগাঁৱৰ ডাল্দাত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.