ETV Bharat / city

টীয়কৰ কাকজানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2

author img

By

Published : Aug 10, 2020, 11:41 PM IST

37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিৱসাগৰ অভিমুখী AS-03A-9642 নম্বৰৰ ট্ৰাকখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS-03K-0388 নম্বৰৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ ৷ থিতাতে নিহত দুই বাইক আৰোহী ৷

Massive Road accident at Teok, Died 2
Massive Road accident at Teok, Died 2

টীয়ক, 10 আগষ্ট: টীয়কৰ কাকজানত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত তথ্য মতে, 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিৱসাগৰ অভিমুখী AS-03A-9642 নম্বৰৰ ট্ৰাকখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS-03K-0388 নম্বৰৰ মটৰ চাইকেলখনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই মটৰ চাইকেল আৰোহী লাহদৈগড় মইনাপৰীয়াৰ পৰাগ গোস্বামী আৰু ফেচুৱালৰ জনটি গগৈৰ থিতাতে মৃত্যু হয় । ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ট্ৰাক চালকে পলায়ন কৰে যদিও স্থানীয় ৰাইজে ট্ৰাকখন জব্দ কৰি ৰাখে ।

টীয়কৰ কাকজানত ভয়ংকৰ পথ দুৰ্ঘটনা

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত দুয়োজনকে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰি ট্ৰাকখন নিজৰ জিম্মাত লৈছে ৷

লগতে চাওক-বৈঠালাংছ'ত বিদ্যুৎস্পৃষ্ট হৈ নিহত 1, আহত 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.