ETV Bharat / city

ডঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ৰায়দান : 25 জনক দোষী সাব্যস্ত - 25 জন লোকক দোষী সাব্যস্ত আদালতৰ

ডঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান কৰে যোৰহাট জিলা সত্ৰ ন্যায়ালয়ৰ নায়্যাধীশ ৰবীন ফুকনে ৷ 25 জন লোকক দোষী সাব্যস্ত কৰে আদালতে ৷

25 জনক দোষী
ডঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ৰায়দান
author img

By

Published : Oct 12, 2020, 3:53 PM IST

Updated : Oct 12, 2020, 5:33 PM IST

যোৰহাট, 12 অক্টোবৰ : টিয়ক চাহ বাগিচাত সংঘটিত হোৱা ডঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান কৰে যোৰহাট জিলা সত্ৰ ন্যায়ালয়ৰ নায়্যাধীশ ৰবীন ফুকনে ৷ 13 মাহ জোৰা ন্যায়িক বিচাৰ প্ৰক্ৰিয়াৰে সোমবাৰে এই হত্যাকাণ্ডৰ ৰায়দান কৰা হয় ৷ এই নাৰকীয় ঘটনাৰ লগত জড়িত 25 জন লোকক দোষী সাব্যস্ত কৰে আদালতে ৷ দোষী সাব্যস্ত হোৱা লোককেইজনৰ শাস্তি কি হ'ব সেই সম্পৰ্কত আদালতে 19 অক্টোবৰত ঘোষণা কৰিব ৷

ডঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ৰায়দান

উল্লেখ্য যে, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ 32 জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰে হৰি মাঝি নামৰ এজন অভিযুক্তৰ মৃত্যু হোৱাৰ ফলত অতিৰিক্ত 31 জনৰ ৰায়দান কৰে ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে ৷

ডঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ৰায়দান

এই ৰায়দানৰ পাচতে স্বাভাৱিকতে সুখ প্ৰকাশ কৰিছে দেৱেন দত্তৰ পৰিয়ালে ৷

ডঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ৰায়দান
জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত যোৰহাট

লগতে পঢ়ক : নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক

Last Updated : Oct 12, 2020, 5:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.