ETV Bharat / city

মিঞা মিউজিয়ামৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - শ্বেৰমান আলি আৰু কৱিন্দ্ৰ পুৰকায়স্থৰ প্ৰতিকৃতি দাহ

মিঞা মিউজিয়ামৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ যোৰহাট নগৰৰ মাজমজিয়াত শ্বেৰমান আলি আৰু কৱিন্দ্ৰ পুৰকায়স্থৰ প্ৰতিকৃতি দাহ সংগঠনটোৰ ৷

শ্বেৰমান আলি আৰু কৱিন্দ্ৰ পুৰকায়স্থৰ প্ৰতিকৃতি দাহ
মিঞা মিউজিয়ামৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Oct 31, 2020, 3:54 PM IST

যোৰহাট, 31 অক্টোবৰ : শংকৰ আজানৰ দেশত এতিয়া ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰভাৱ ৷ যুগ যুগ ধৰি শান্তি-শৃংখলাৰে বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিৰ বাবে ই অশনি সংকেত । শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰা ঘটনাক লৈ সমগ্ৰ ৰাজ্যত এতিয়া প্ৰতিবাদৰ ঢৌ ।

শনিবাৰে যোৰহাট নগৰৰ মাজমজিয়াত শ্বেৰমান আলি আৰু কৱিন্দ্ৰ পুৰকায়স্থৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে । অনাগত সময়ত ইয়াৰ বিৰোধিতাৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ ৷

লগতে পঢ়ক : বিলাসীপাৰাত চোৰাং কাঠ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.