ETV Bharat / city

টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰী নিৰুদেশ

author img

By

Published : Nov 18, 2020, 2:28 PM IST

টীয়ক বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ কৰ্মচাৰী তথা টীয়ক সোণাৰী মিচিং গাঁৱৰ উপেন মিলি নিৰুদ্দেশ ৷

উপেন মিলি নিৰুদ্দেশ
টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰী নিৰুদেশ

যোৰহাট, 18 নৱেম্বৰ : মঙলবাৰে পুৱা কাৰ্যালয়লৈ আহি সন্ধিয়া নিৰ্দিষ্ট সময়ত ঘৰ নাপালেগৈ টীয়ক বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ কৰ্মচাৰী তথা টীয়ক সোণাৰী মিচিং গাঁৱৰ উপেন মিলি ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, মঙলবাৰে সন্ধিয়া টীয়কত অহা প্ৰচণ্ড বতাহ ধুমুহাৰ বাবে পলম হৈছে বুলি ভাবিছিল যদিও পৰৱৰ্তী বহু সময়লৈকে ঘৰ আহি নোপোৱাত নিশাৰ পৰা বিচাৰ-খোচাৰ কৰে ৷

আজি পুৱা টীয়কস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়তো যোগাযোগ কৰে যদিও কাৰ্যালয়ত জানিবলৈ দিয়ে যে, মঙলবাৰে নিদিৰ্ষ্ট সময়তে তেওঁ কাৰ্যালয়ৰ পৰা ওলাই গৈছিল । ইয়াক পাচতে উপেন মিলিৰ পৰিয়ালটো উপায়হীন হৈ টীয়ক আৰক্ষী থানাৰ কাষ চাপিছে আৰু কোনো সদাশয় লোকে কিবা সম্ভেদ পালে 8011575929 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক : ম’বাইল গেমৰ জৰিয়তে প্ৰেম: পলাই গ’ল যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.