ETV Bharat / city

ক’ভিড 19 : যোৰহাটত জাৰি 144 ধাৰা - Jorhat Corona

কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা ৷ যোৰহাট জিলাৰ লগতে নাগালেণ্ড সীমান্ত এলেকাতো জাৰি কৰা হৈছে 144 ধাৰা ৷

কভিড’19 : যোৰহাটত 144 ধাৰা জাৰি
কভিড’19 : যোৰহাটত 144 ধাৰা জাৰি
author img

By

Published : Apr 5, 2021, 8:10 PM IST

যোৰহাট, 5 এপ্ৰিল : কৰ’ণাক লৈ যোৰহাট জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ পুনৰ কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা ৷ যোৰহাট জিলাৰ লগতে নাগালেণ্ড সীমান্ত এলেকাতো জাৰি কৰা হৈছে 144 ধাৰা ৷ যোৰহাট জিলাৰ জিলা দণ্ডাধীশে এক পত্ৰযোগে এই ঘোষণা কৰে ৷

ঘৰৰ পৰা ৰাজহুৱা স্থানলৈ গলে বাহিৰলৈ ওলালে মাক্স পৰিধান কৰা, সঘনাই হাত চাবোনেৰে ধোৱা, চেনিটাইজ কৰা বাধ্যতামূলক কৰিছে যোৰহাট জিলা প্ৰশাসনে ৷

লগতে পঢ়ক: আইআইটি গুৱাহাটীত ছাত্ৰী নিৰ্যাতন: শুদ্ধ তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন কৰাৰ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.