ETV Bharat / city

নিশা লখৰা বজাৰত বনৰীয়া হাতীৰ সন্ত্ৰাস - লখৰা বজাৰত বনৰীয়া হাতীৰ সন্ত্ৰাস

নিশা মহানগৰীৰ লখৰাত সন্ত্ৰাস বন্যহস্তীৰ এটা জাকৰ ৷ 5টা হাতী থকা জাকটোৱে বহুকেইটা বাসগৃহৰ লগতে গছ-গছনি তহিলং কৰে ৷

লখৰা বজাৰত বনৰীয়া হাতীৰ সন্ত্ৰাস
লখৰা বজাৰত বনৰীয়া হাতীৰ সন্ত্ৰাস
author img

By

Published : Jul 16, 2020, 2:54 AM IST

গুৱাহাটী, 16 জুলাই : নিশা মহানগৰীৰ লখৰা বজাৰত বনৰীয়া হাতীয়ে চলায় সন্ত্ৰাস । খাদ্যৰ সন্ধানত সমীপৰ পাহাৰৰ পৰা নামি আহে বন্যহস্তীৰ এটা জাক। প্ৰায় ৫ টা বন্যহস্তীৰ দলটোৱে নিশাটো উপদ্ৰৱ চলাই অঞ্চলটোত ।

লখৰা বজাৰত বনৰীয়া হাতীৰ সন্ত্ৰাস

অঞ্চলটোৰ কেইবাঘৰো লোকৰ নাৰিকলৰ গছ, কলগছ আদি ভাঙি তহিলং কৰে বন্যহস্তীৰ দলটোৱে । পিছত স্থানীয় লোকে খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় গড়চুক আৰক্ষী আৰু বন বিভাগৰ লোক । জুই লগাই হাতীৰ জাকটো খেদি পঠিয়াই বন বিভাগে । উল্লেখযোগ্য যে প্ৰায়ে খাদ্যৰ সন্ধানত এনেদৰে পাহাৰৰ পৰা অঞ্চলটোলৈ নামি আহে বনৰীয়া হাতী ।

লগতে পঢ়কঃ বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.