ETV Bharat / city

মহানগৰীৰ চচলত ভোটাৰ্ছ পাৰ্টীৰ প্ৰতিবাদ - Voter's Party

বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত মহানগৰীত চ্চলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলৰ

মহানগৰীৰ চচলত ভোটাৰ্ছ পাৰ্টীৰ প্ৰতিবাদ
author img

By

Published : Aug 22, 2019, 7:03 PM IST

গুৱাহাটী, 22 আগষ্ট : বৃহস্পতিবাৰে মহানগৰীৰ চচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভোটাৰ্ছ পাৰ্টিয়ে । হাতে হাতে কাঁহি বাতি লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সংগঠনটোৱে ৷ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত এইদৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলে । ২০আগষ্টৰ পৰা আৰম্ভ হোৱা এই ধৰ্ণা কাৰ্যসূচীত তৃতীয় দিনাও অংশ লয় শতাধিক প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদস্থলীত কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ তোলে সংগঠনটোৰ । বানপানী ৰাষ্ট্ৰীয় সমস্যা নহয় কিয় আমাক উত্তৰ লাগে, ডি ভোটাৰৰ নামত ৰাজনীতি বন্ধ কৰক, মোডী চৰকাৰ হাই হাই আদি শ্ল'গানেৰে উত্তাল কৰে চচলৰ প্ৰতিবাদস্থলী ৷

মহানগৰীৰ চচলত ভোটাৰ্ছ পাৰ্টীৰ প্ৰতিবাদ

ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ সভাপতি ললিত পেগুয়ে কয় যে " কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নাই । গতিকে তেওঁলোকৰ কৰ্মই অসম খনক নাইকিয়া কৰিব বিচাৰিছে"।

Intro:মহানগৰীৰ চচলত ভোটাৰ্ছ পাৰ্টীৰ প্ৰতিবাদ ৷Body:বৃহস্পতিবাৰে মহানগৰীৰ চচলত উত্তাল প্ৰতিবাদ সাবস্ত্য কৰিলে ভোটাৰ্ছ পাৰ্টিয়ে । হাতে হাতে কাহি বাতি লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সংগঠনটোৱে ৷ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত এইদৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলে। ২০আগষ্টৰ পৰা আৰম্ভ হোৱা এই ধৰ্ণা কাৰ্যসূচীত তৃতীয় দিনাও অংশ লয় শতাধিক প্ৰতিবাদকাৰীয়ে ৷ অহা ২৩ আগষ্টলৈকে চলিব লগা এই প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ তোলে। বানপানী ৰাষ্ট্রীয় সমস্যা নহয় কিয় আমাক উত্তৰ লাগে, ডি ভোটাৰৰ নামত ৰাজনীতি বন্ধ কৰক, মোডী চৰকাৰ হাই হাই আদি শ্লোগানেৰে উত্তাল কৰে চচলৰ ধৰ্ণা স্থলী। ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ সভাপতি ললিত পেগুয়ে কয় যে " কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নাই। গতিকে তেওঁলোকৰ কৰ্মই অসম খনক নাইকিয়া কৰিব বিচাৰিছে"। "চৰকাৰৰ এটা কথাই আমাক আচৰিত কৰিছে যে চৰকাৰে কিয় বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে?" বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাত কি অসুবিধা আছে সেইটো সকলোকে জনাবলৈ আহ্বান জনায় ললিত পেগুয়ে কয় যে " যদিহে চৰকাৰক সহায় লাগে তেনেহলে আমি সহায় কৰিম। কিন্তু তথাপিও বানপানী ৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিবই লাগিব । "Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.