ETV Bharat / city

4 ছেপ্টেম্বৰলৈ অসমত কাৰ্যকৰী নহ'ব আনলক 4

অসমত কাৰ্যকৰী নহ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আনলক 4 নীতি ৷ অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই প্ৰকাশ কৰিছে এই কথা ৷

author img

By

Published : Sep 1, 2020, 2:42 AM IST

4 ছেপ্টেম্বৰলৈ অসমত কাৰ্যকৰী নহ'ব আনলক 4
4 ছেপ্টেম্বৰলৈ অসমত কাৰ্যকৰী নহ'ব আনলক 4

গুৱাহাটী, 31 আগষ্ট : শেহতীয়াকৈ ভাৰত চৰকাৰে 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ "আনলক 4"ৰ নিৰ্দেশনা জাৰি কৰিছে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা এই নীতি অসমত সদ্যহতে 4 ছেপ্টেম্বৰৰ মাজনিশা 12 বজালৈ কাৰ্যকৰী কৰা নহ'ব ।

এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে । সোমবাৰে নিশা মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে । যদিওবা "আনলক 4"ৰ জড়িয়তে কেন্দ্ৰীয় চৰকাৰে বহুখিনি ৰেহাইৰ ব্যৱস্থা কৰিছে, কিন্তু অসমত কৰ'ণা পৰিস্থিতি এতিয়াও যথেষ্ট জটিল হৈ থকাৰ বাবেই অসম চৰকাৰে কেন্দ্ৰৰ সেই নিৰ্দেশ 4 ছেপ্টেম্বৰৰ নিশা 12 বজালৈকে পালন নকৰিবলৈ সিদ্ধান্ত লৈছে । যদিহে ৰাজ্যৰ পৰিস্থিতি কিছু উন্নত বা স্বাভাৱিক হয় তেতিয়াহে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্য সচিবে নিৰ্দেশটোত উল্লেখ কৰে ।

লগতে পঢ়ক : দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত দুই NDFB কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.