ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - 3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-news-at-3-pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Feb 6, 2022, 3:06 PM IST

লতা মংগেশকাৰ: ভাৰতৰ নাইটিংগেল

অৱসান ঘটিলে ভাৰতৰ চলচিত্ৰ জগতৰ এটা সোণালী যুগৰ ৷ বহু কালজয়ী গীতেৰে জীৱন্ত কিংবদন্তিত পৰিণত হোৱা তথা সংগীত জগতৰ ভোটাতৰাস্বৰূপ লতা মংগেশকাৰে(Lata Mangeshkar paased away) দেওবাৰে পুৱা ইহলীলা সম্বৰণ কৰে ৷

নতুন সদস্যভুক্তিৰে পুনৰ শক্তিশালী হৈছে আলফা স্বাধীন !

চাৰিটা দশক‌ ধৰি অসমৰ ৰাজনীতি আৰু সামাজিক জীৱনক প্ৰভাৱিত কৰি অহা সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফাৰ প্ৰতি আকৌ আগ্ৰহী হৈ পৰিছে ৰাজ্যৰ তৰুণ প্ৰজন্মৰ যুৱক-যুৱতীসকল (New generation of Assam is interested in ULFA)। যোৱা তিনিটা বছৰৰ ভিতৰতে কেৱল অসমৰে প্ৰায় তিনি শতাধিক যুৱক-যুৱতীয়ে যোগ দিছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনত ।

RAJYA SABHA ELECTION 2022: কংগ্ৰেছী বিধায়কক ইনভেষ্টমেন কৰি ৰাখিছে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যসভাৰ দুখন আসন দখলক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত সষ্টি হৈছে ব্যাপক তৎপৰতা ৷ ৰাজ্যসভালৈ প্রার্থী প্রক্ষেপক লৈ ঐক্যমতত উপনীত হােৱা নাই বিৰােধী দল কংগ্ৰেছ-এ আই ইউ ডি এফ (Congress AIUDF alliance over Rajya Sabha Election) । কংগ্ৰেছৰ ওপৰত চাপ অব্যাহত ৰাখি এ আই ইউ ডি এফে বিচাৰিছে তেওঁলােকৰ পচন্দৰ প্রার্থীক বিৰােধী প্রার্থী হিচাপে প্রক্ষেপ কৰিবলৈ ।

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই

ক’ভিডত আক্ৰান্ত হৈ মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল সংগীত জগতৰ ভোটাতৰাস্বৰূপ লতা মংগেশকাৰ ৷ দেওবাৰে পুৱা চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে কোকিলকণ্ঠী গায়িকাগৰাকীয়ে ৷

ৰাজ্যসভাৰ দুয়োখন আসনতে জয়ৰ দাবী মুখ্যমন্ত্ৰীৰ : প্ৰাৰ্থীকলৈ মতানৈক্য Congress-AIUDFৰ

ৰাজ্যসভাত প্রার্থী প্রক্ষেপক লৈ ঐকমত্যত উপনীত হােৱা নাই বিৰােধী দল কংগ্ৰেছ-এ আই ইউ ডি এফ (Congress AIUDF alliance over Rajya Sabha Elections) । কংগ্ৰেছৰ ওপৰত চাপ অব্যাহত ৰাখি এ আই ইউ ডি এফে তেওঁলােকৰ পচন্দৰ প্রার্থীক বিৰােধী প্রার্থী হিচাপে প্রক্ষেপ কৰিব বিচাৰিছে । কংগ্ৰেছে অপেক্ষা কৰিছে দেবব্ৰত শইকীয়াৰ নেতৃত্বত গঠিত কমিটীৰ প্রতিবেদনলৈ । ৰাজ্যসভাৰ নিৰ্বাচনত দুয়োখন আসনতে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

সাংবাদিক মুনীন্দ্ৰ দাসলৈ জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা

বিশিষ্ট লেখক, সাংবাদিক মুনীন্দ্ৰ দাসলৈ আগবঢ়োৱা হৈছে জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা ৷ অসমৰ নৃগোষ্ঠীয় উত্তৰণৰ ইতিহাস(Asomor Nrigosthiya Uttaranar Itihas) শীৰ্ষক তত্বগধুৰ গ্ৰন্থখনৰ বাবে দাসক প্ৰদান কৰা হয় এই বঁটা ।

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে সকলো শিক্ষাৰ্থীয়ে নাপাই প্ৰতিষেধক

১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ সকলোকে প্ৰতিষেধক প্রদানৰ বাবে নির্দেশ দিছিল (Teens vaccination status in Assam)। ৰাজ্যখনত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ সংখ্যা হৈছে প্রায় ২০.৩৭ লাখ । কিন্তু এতিয়ালৈকে ৰাজ্যখনত এই বয়সৰ প্ৰায় ১০ লাখেহে প্রথম পালি প্ৰতিষেধক লাভ কৰিছে ।

Rare species of turtles recovered: কামাখ্যা ষ্টেচনত উদ্ধাৰ ২৩০ টা কাছ

কামাখ্যা ৰেল ষ্টেচনত উদ্ধাৰ হৈছে ২৩০ টা বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছ (Rare species of turtles recovered in Kamakhya Railway Station)৷ ৰেলৱে সুৰক্ষা বাহিনীৰ এটা দলে উজনি অসম অভিমুখী এখন ৰেলত ১০ টা বেগত কৌশলেৰে নি থকা অৱস্থাত উদ্ধাৰ কৰে বিলুপ্তপ্ৰায় প্ৰজাতিৰ এই বৃহৎ সংখ্যক কাছ ৷

APCC president Bhupen Bora: দলৰ সকলোকে সকিয়নী ভূপেন বৰাৰ

ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত দলীয় স্থিতিকলৈ বিভ্ৰান্তিকৰ মতামত নিদিবলৈ আৰু বিৰোধী ঐক্য বিনষ্ট কৰিব পৰা কোনো মতামত দিয়াৰ পৰা বিৰত থাকিবলৈ সভাপতি ভূপেন কুমাৰ বৰাৰ দলৰ সকলোৰে প্ৰতি নিৰ্দেশনা জাৰি (Bhupen Bora warns to all of party member) । সংবাদ মাধ্যমৰ আগত সভাপতিৰ নিৰ্দেশনাৰ কথা ক'লে জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই(Senior spokesperson Manjit Mahanta) । নিৰ্দেশনা অমান্য কৰিলে দল বিৰোধী গণ্য কৰা হ'ব ।

হঠাৎ গুৱাহাটী পানী যোগান প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত ঘোষণা

জাইকা অৰ্থ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ (Jaica funded Guwahati water supply project) বিৰুদ্ধে হঠাৎ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ ৷ প্ৰকল্পটোত সংঘটিত বৃহৎ কেলেংকাৰীৰ অভিযোগৰ অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰাৰ সময়তে চৰকাৰৰ এই ঘো৷ণাি চৰ্চা লাভ কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.