ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - 5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-at-5
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Mar 6, 2022, 5:13 PM IST

Updated : Mar 6, 2022, 7:33 PM IST

ICC Women's World Cup : ভাৰতৰ হাতত 107 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত পাকিস্তান

ICC Women's World Cup ৰ 50 অভাৰৰ মেচত ভাৰতৰ সাফল্য (India beat Pakistan by 107 runs) ৷ ভাৰতীয় বলাৰৰ আক্ৰমণাত্মক বলিঙত ধৰাশায়ী পাকিস্তান ৷ ভাৰতৰ হৈ ৰাজেশ্বৰী গায়কোৱাডে 4 টা, ঝুলন গোস্বামীয়ে 2 টা আৰু স্নেহৰাণাই দখল কৰে 2 টাকৈ উইকেট ৷

Operation Ganga : স্বদেশলৈ আহিল নলবাৰী, নগাঁও, গুৱাহাটীৰ ছয় শিক্ষাৰ্থী

ৰাছিয়া ইউক্ৰেইনৰ সংঘৰ্ষ (Russia Ukraine War) ম্লান পৰা নাই । ইয়াৰ মাজতে ভাৰত চৰকাৰে আৱদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অপাৰেশ্যন গংগাৰ অধীনত ইতিমধ্যে কেইবাহাজাৰ শিক্ষাৰ্থী উভতি আহিবলৈ সক্ষম হৈছে । দেওবাৰে অসমৰ ৬ গৰাকী শিক্ষাৰ্থীও দিল্লীত আহি উপস্থিত হয় । এতিয়ালৈ অসমৰ ৯৫ গৰাকী শিক্ষাৰ্থীক সুকলমে মাতৃভূমিলৈ ঘূৰাই অনা হৈছে ।

আন এক অভিলেখৰ দিশে আগবাঢ়িছে ৰবি চন্দ্ৰন অশ্বিন

টেষ্টত ৰবি চন্দ্ৰন অশ্বিনৰ বলিঙৰ যাদু অব্যাহত আছে । শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত (India vs Sri Lanka test series) অল ৰাউণ্ডাৰ অশ্বিনে গঢ়িব আন এক অভিলেখ । আৰু মাত্ৰ এটা উইকেট দখল কৰাৰ পাছতে দীঘলীয়া ফৰ্মেটত ভাৰতৰ দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী বলাৰ হিচাপে অভিলেখ ৰচিব অশ্বিনে ।

প্ৰখ্যাত মহিলা ক্ৰিকেটাৰ মিতালী ৰাজৰ নতুন অভিলেখ

ক্ৰিকেটৰ ক্ষেত্ৰখনত অগাধ দখল থকা মিতালী ৰাজে গঢ়িলে আন এক নতুন ৰেকৰ্ড (Mithali Raj record ) । ছয়খন এদিনীয়া বিশ্বকাপত খেলা তৃতীয়গৰাকী ক্ৰিকেটাৰৰ কৃতিত্ব অৰ্জন মিতালী ৰাজৰ ।

৫ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি হ’ব পাৰে জি এচ টিৰ নিম্নতম শ্লেব

জিএছটি পৰিষদে হ’বলগীয়া পৰৱৰ্তী বৈঠকত (Next session of GST council) সৰ্বনিম্ন কৰ ৫ শতাংশৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । লগতে ৰাজহ বৃদ্ধি আৰু ক্ষতিপূৰণৰ বাবে কেন্দ্ৰৰ ওপৰত ৰাজ্যসমূহৰ নিৰ্ভৰশীলতা দূৰ কৰাৰ বাবে চলিত থকা জিএছটি ৰেহাই তালিকাৰ পৰা কিছু সামগ্ৰী কৰ্তন কৰাৰ কথা বিবেচনা কৰিব পাৰে । জিএছটি পৰিষদে মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহৰ আৰম্ভণিতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ।

আল্লু অৰ্জুন আৰু স্নেহা ৰেড্ডীৰ ১১ বছৰীয়া Anniversary ৰ ফটোৱে তোলপাৰ লগাইছে Social Media ত

আল্লু অৰ্জুন আৰু তেওঁৰ পত্নী স্নেহা ৰেড্ডীৰ ১১ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন (allu arjun sneha reddy wedding anniversary ) । ১১ বছৰীয়া বৈবাহিক জীৱন কিদৰে উদযাপন কৰিলে আল্লু অৰ্জুনে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Operation Ganga : যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা স্বদেশলৈ ১৮৩ গৰাকী ভাৰতীয়ৰ প্ৰত্যাৱৰ্তন

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত আছে সংঘৰ্ষ (Russia Ukraine war) । অৱশ্যে দেশখনত আৱদ্ধ বিদেশী নাগৰিকক উদ্ধাৰৰ বাবে ৰাছিয়াই সাময়িক যুদ্ধবিৰতি ঘোষণা কৰিছে । ইয়াৰ মাজতে অপাৰেশ্যন গংগাৰ আন এখন বিশেষ বিমান দিল্লীত উপস্থিত হয় । বিমানখনত আছে ১৮৩ গৰাকী ভাৰতীয় নাগৰিক । কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আদৰণি জনালে বিমানত অহা যাত্ৰীসকলক ।

মাত্ৰ এখন ফটোৰে ইনষ্টাগ্ৰামত খলকনি শ্বাহীদ কাপুৰৰ পুত্ৰ জৈন কাপুৰৰ

শনিবাৰে শ্বাহিদ কাপুৰে নিজৰ ইন্ষ্টাগ্ৰামত নিজৰ পুত্ৰ সন্তানৰ সৈতে শ্বেয়াৰ কৰিলে এখন বিশেষ ছবি (Shahid kapoor latest post) ৷ ফটোখন দেখি শ্বাহিদৰ অনুৰাগী সকলেও প্ৰকাশ কৰিলে মন্তব্য ৷ এতিয়া এই বিশেষ ছবি

আপুনি জানেনে...ৰূপৰ নূপুৰ স্বাস্থ্যৰ বাবেও উপকাৰী

সোণ আৰু ৰূপৰ অলংকাৰ বুলি ক'লে বহুতৰে ইয়াৰ প্ৰতি দুৰ্বলতা আছে । বিশেষকৈ মহিলাসকলে সোণৰ আৰু ৰূপৰ অলংকাৰ বহুলভাৱে ব্যৱহাৰ কৰা দেখা যায় । কিন্তু এই ৰূপ ধাতু কেৱল সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰা নহয় । প্ৰাচীন কালৰে পৰা স্বাস্থ্য সম্পৰ্কীয় গুণাগুণৰ (Health benefits of silver) বাবে মানুহে ৰূপ ব্যৱহাৰ কৰি আহিছে । কিন্তু সুস্বাস্থ্যৰ বাবে ৰূপ কিয় ব্যৱহাৰ কৰা হয় ?

ছলমানৰৈ সৈতে বিয়াত বহাৰ খবৰ সন্দৰ্ভত মুখ খুলিলে সোনাক্ষী

ছলমান-সোনাক্ষীৰ এখন ভাইৰেল ফটোৱে লগাইছে সামাজিক মাধ্যমত খলকনি (salman sonakshi wedding) ৷ ছলমানে সোনাক্ষীক আঙুঠি পিন্ধাই থকা এই ফটোখনক লৈ সাংঘাতিক চৰ্চা চলিছে অনুৰাগীৰ মাজত ৷ শেহতীয়াকৈ ফটোখন সম্পৰ্কত মুখ খুলিলে সোনাক্ষী সিন্হাই (Sonakshi Sinh statement on fake news) ৷

Last Updated : Mar 6, 2022, 7:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.