ETV Bharat / city

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 31, 2021, 9:12 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 news At 9 am
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি :

ক’ত কেনেদৰে লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল ?

31 জুলাই অৰ্থাৎ শনিবাৰে পুৱা 9 বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ৷ AHSECৰ অফিচিয়েল ৱেবচাইটৰ উপৰিও 11টা ব্যক্তিগত পৰ্টেলত উপলদ্ধ হ’ব ফলাফল ৷

সীমান্ত সমস্যাৰ নেপথ্যত কংগ্ৰেছ দল: কৃষিমন্ত্ৰী অতুল বৰা

লাইলাপুৰত সংঘটিত হোৱা ঘটনাক লৈ বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷ ইয়াৰ মাজতে উক্ত ঘটনাৰ নেপথ্যত আওপকীয়াকৈ কংগ্ৰছ দলক দোষাৰোপ কৰিলে কৃষি মন্ত্ৰী অতুল বৰাই ৷

ই পুৰুষৰ মাজত সংঘাতৰ কাৰণ এগৰাকী মহিলা !

এগৰাকী মহিলাৰ বাবে টয়া-ময়া যুদ্ধ দুজন পুৰুষৰ মাজত ৷ এই ঘটনা বিলাসীপাৰা বেলতলী বজাৰৰ ৷ পিছে দুগৰাকী পুৰুষৰ মাজত সংঘাতৰ কাৰণ কিয় হ'ল এগৰাকী মহিলা ?

ডিগবৈ আৰক্ষীৰ জালত বৃহৎ তেল চুৰি চক্ৰ

অপৰাধ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে (Assam Police) অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ ইয়াৰ মাজতে শুকুৰবাৰে পুৱতি নিশা তিনিচুকীয়া জিলাৰ ডিগবৈত চোৰাং তেলৰ ব্যৱসায়ীৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান ৷ অভিযানত আটক 9 জন তেল চোৰ ৷

ইতিহাসৰ পৃষ্ঠাত অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ

Go for glory: Lovlina ৷ ইতিহাসৰ পৃষ্ঠাত অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই ৷ বঞ্জৰ পদক নিশ্চিত লাভলীনাৰ ৷ বেছি দূৰ নহয় সোণৰ পদকৰ বাবে, লাভলীনাই প্ৰৱেশ কৰিলে বক্সিঙৰ ৬৪-৬৯ কেজিৰ ছেমি ফাইনেলত ৷

অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...

ব্ৰেকফাষ্টত ৰুটীৰ সৈতে অমলেট খাই ভাল পায় ধুবুৰীৰ (DHUBRI) তোতা মিঞাই (TOTA MIYA) ৷ স্বাভাৱিকতেই ৰাতিপুৱাৰ চাহকাপৰ সৈতে ৰুটী আৰু অমলেটৰ ডিমাণ্ড ৰাখে তোতা মিঞা নামৰ লোকজনে ৷

কলগাছিয়াত ধনৰ বিনিময়ত ফলাফল বিসংগতিৰ অভিযোগ পৰীক্ষাৰ্থীৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে কলগাছিয়াৰ পশ্চিম বালিকুৰি জনকল্যাণ হাইস্কুলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী আৰু কাৰ্যালয় সহায়ক গৰাকীয়ে মিলি ধনৰ বিনিময়ত ফলাফলত বিসংগতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷

ব্ৰহ্মপুত্ৰক লৈ কিয় শংকিত হৈছে মাজুলী ?

চলিত বৰ্ষত অস্বাভাৱিক ভাৱে হ্ৰাস পাইছে ব্রহ্মপুত্ৰ (Brahmaputra) নদীৰ জলস্তৰ ৷ ইতিহাসে ঢুকি পোৱা দিনৰে পৰা ভৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ ওফোন্দি থকা ৰূপ এইবেলি দেখিবলৈ পোৱা নাই ৰাইজে ।

মেট্ৰিকৰ ফলাফল ঘোষণাৰ দিনটোত হোজাইত নাই পূৰ্বৰ আনন্দ উল্লাহ

বহু কল্পনা-জল্পনাৰ অন্তত শুকুৰবাৰে ঘোষণা কৰা হ'ল হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ক'ভিড-19 ৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত লিখিত পৰীক্ষা নাপাতি ছেবাই ঘোষণা কৰিলে এই ফলাফল ৷ ফলাফল ঘোষণা হোৱা দিনটোত কিন্তু ৰাজ্যৰ বিদ্যালয়সমূহত দেখা নগ'ল পূৰ্বৰ আনন্দ উল্লাস ৷

লাভলিনাক লৈ যোৰহাট মেডিকেল কলেজৰ ক'ভিড ৰোগীৰ মাজত আনন্দৰ বন্যা

যোৰহাট মেডিকেল কলেজৰ ক'ভিড ৰোগীসকলৰ মাজতো দেখা গৈছে লাভলীনাৰ জয়ক লৈ আনন্দ উল্লাস ৷ জাপানৰ টকিঅ'ত চলি থকা অলিম্পিকৰ বক্সিঙত গোলাঘাট জিলাৰ বৰপথাৰৰ লাভলীনা বৰগোঁহাইৰ বঞ্জৰ পদক ইতিমধ্যে নিশ্চিত হৈ পৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.