ETV Bharat / city

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগণনা - তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগণনা

আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা ৷ মুঠ 124 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজিৰ ভোটগণনাত ৷

পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগণনা
author img

By

Published : Dec 19, 2020, 9:11 AM IST

নিউজ ডেস্ক, 19 ডিচেম্বৰ : আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা ৷ মুঠ 124 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজিৰ ভোটগণনাত ৷ 35 খন আসনৰ বাবে আজি ভোটগণনা সম্পন্ন হ'ব ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা ৷ এখন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী এগৰাকী বিজেপিৰ প্ৰাৰ্থী ৷ ইয়াৰ জৰিয়তে এখনত অগ্ৰগতি লাভ কৰি আছে বিজেপি দলে ৷

লগতে পঢ়ক : দুৰ্নীতিৰ ফাইল খোলাৰ ভয়ত বিজেপিমুখী অজন্তা নেওগ : ৰূপজ্যোতি কুৰ্মী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.