ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ প্ৰত্যুত্তৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

কৰ'ণাৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া বৃদ্ধি পাইছে শাসক-বিৰোধীৰ বাকযুদ্ধ । ক'ভিডৰ তথ্যই স্বাস্থ্যমন্ত্ৰীৰ ব্যৰ্থতা উদঙাই দিছে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

author img

By

Published : Jul 22, 2020, 10:10 PM IST

Tarun gogoi reaction on Himanta Comment
হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ প্ৰত্যুত্তৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

গুৱাহাটী, 22 জুলাই: কৰ'ণাৰ নামত ভয়ানক ছিণ্ডিকেট চলি থকা বুলি শেহতীয়াকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল APW য়ে । তাৰ পিছতেই মঙলবাৰে বিৰোধী কংগ্ৰেছৰ লগতে APW ক কঠোৰ ভাষাৰে সমালোচনা কৰে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কৰ'ণা শেষ হ'লেই প্ৰতিদিনেই 100 টাকৈ গ’ল দিব বুলিও কৈছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । স্বাস্থ্য মন্ত্ৰীৰ এনে মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ প্ৰত্যুত্তৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, স্বাস্থ্যমন্ত্ৰীৰ এনে কথা বতৰা শুনি গম পাই যে তেওঁ হতাশা হৈ পৰিছে । কৰ'ণা সংক্ৰমণ ৰোধ কৰাত একেবাৰে ব্যৰ্থ হৈছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

কৰ'ণাক লৈ বিৰোধীয়ে ৰাজনীতি কৰা বুলি স্বাস্থ্য মন্ত্ৰীয়ে অনা অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । ক'ভিডৰ তথ্যই স্বাস্থ্যমন্ত্ৰীৰ ব্যৰ্থতা উদঙাই দিছে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে চাওক-তেজপুৰৰ প্ৰাণকেন্দ্ৰ চ'ক বজাৰত ক’ভিড-19 আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.