ETV Bharat / city

মহানগৰীত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ শুভাৰম্ভণী - মহানগৰীত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ শুভাৰম্ভণী

মহানগৰীৰ জালুকবাৰীত স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণী কৰা হয় ৷ জালুকবাৰীত প্ৰতি তিনিমাহৰ অন্তত চাফাই অভিযান আৰু প্ৰায় ১০০ জোপা মহানিমৰ লগতে কৃষ্ণচূড়া ৰোপণ কৰাৰ পদক্ষেপ হাতত লৈছে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিয়ে ।

স্বচ্ছ ভাৰত অভিযান
মহানগৰীত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ শুভাৰম্ভণী
author img

By

Published : Dec 1, 2019, 9:09 AM IST

গুৱাহাটী, 1 ডিচেম্বৰঃ শনিবাৰে মহানগৰীৰ জালুকবাৰীত কেন্দ্ৰীয় নাগৰিক সমিতিৰ স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ শুভাৰম্ভণী কৰা হয় । স্বচ্ছতাৰ ক্ষেত্ৰত দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিক সমিতিয়ে গ্ৰহণ কৰে এই পদক্ষেপ । মহানগৰ আৰক্ষী আৰু পৌৰ নিগমৰ সহযোগত উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ জালুকবাৰীত প্ৰতি তিনিমাহৰ অন্তত চাফাই অভিযান আৰু প্ৰায় ১০০ জোপা মহানিমৰ লগতে কৃষ্ণচূড়া ৰোপণ কৰাৰ পদক্ষেপ হাতত লৈছে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিয়ে ।

স্বচ্ছ ভাৰত অভিযান

শনিবাৰে ইতিমধ্যেই কেইবাজোপা গছপুলি ৰোপণ কৰাৰ উপৰিও জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ চৌহদত চাফাই অভিযান চলাই এই দীৰ্ঘম্যাদী কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে । তাৰোপৰি, জালুকবাৰীৰ বিভিন্ন স্থানত কেইবাটাও ডাষ্টবিনৰ ব্যৱস্থা কৰিছে নাগৰিক সমিতিয়ে । য'তে ত'তে আৱৰ্জনা নেপেলাই ৰাইজক ডাষ্টবিনসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই নাগৰিক সমিতিয়ে ।

আৰু পঢ়ক : কেব সন্দৰ্ভত উত্তৰ পূবৰ প্ৰতিনিধিৰ সৈতে অমিত শ্বাহৰ বৈঠক

Intro:শণিবাৰে মহানগৰীৰ জালুকবাৰীত কেন্দ্ৰীয় নাগৰিক সমিতিৰ স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী শুভাৰম্ভণি কৰা হয়। স্বচ্ছতাৰ ক্ষেত্ৰত দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিক সমিতিয়ে গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ। মহানগৰ আৰক্ষী আৰু পৌৰ নিগমৰ সহযোগত উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ জালুকবাৰীত প্ৰতি তিনিমাহৰ মূৰে মূৰে ছাফাই অভিযান আৰু প্ৰায় ১০০ জোপা মহানিমৰ লগতে কৃষ্ণচূড়া ৰোপণ কৰাৰ পদক্ষেপ হাতত লৈছে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিয়ে। ইতিমধ্যেই শণিবাৰে কেইবাজোপা গছপুলি ৰোপণ কৰাৰ উপৰিও জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ চৌহদত চাফাই অভিযান চলাই এই দীৰ্ঘম্যাদী কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। তাৰোপৰি জালুকবাৰীৰ বিভিন্ন স্থানত কেইবাটাও ডাষ্টবিনৰ ব্যৱস্থা কৰিছে নাগৰিক সমিতিয়ে। যতে ততে জাৱৰ জোথৰ নেপেলাই ৰাইজক ডাষ্টবিনসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই নাগৰিক সমিতিয়ে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.