ETV Bharat / city

প্ৰাপ্য বিচাৰি এছ পি অ'ৰ হাহাকাৰ

স্থায়ী সংস্থাপনৰ লগতে সা-সুবিধাৰ দাবী এছ পি অ' কল্যাণ সমিতিৰ

এছ পি অ'সকলৰ সংবাদমেল
author img

By

Published : Mar 1, 2019, 7:09 PM IST

গুৱাহাটী,১ মাৰ্চ:উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে নিয়োজিত বিশেষ আৰক্ষী বিষয়াসকল নিজ প্ৰাপ্যৰ পৰা বঞ্চিত বুলি অভিযোগ উত্থাপন কৰিছে এছ পি অ' কল্যাণ সমিতিয়ে।

এছ পি অ'সকলৰ সংবাদমেল

শুকুৰবাৰে এক সংবাদমেলত এছ পি অ'সকলে অভিযোগ কৰে যে উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ২০০৮ চনত উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি বহু কেইজন জোৱানৰ মৃত্যু হৈছিল । তাৰপাচতো জোৱানসকলে বা তেওঁলোকৰ পৰিয়ালে কোনো ধৰণৰ চৰকাৰী সাহায্য পাবলৈ সক্ষম হোৱা নাই ।
ইপিনে বৰ্তমান ৮৫৫গৰাকী বিশেষ আৰক্ষী বিষয়া নিয়োজিত হৈ আছে যদিও স্থায়ী সংস্থাপন নোহোৱাত মানসিকভাৱে তেওঁলোক ভাগি পৰা বুলি প্ৰকাশ কৰে।

Intro:(SPO ) বিশেষ আৰক্ষী বিষয়া সকলৰ সংবাদমেল গুৱাহাটী প্ৰেছ ক্লাৱত।
জনসাধাৰণৰ হকে এই সকল লোকে নিষ্ঠাৰে কাম কৰি অহাৰ পিছতো সদায়ে অৱহেলিত তেওঁলোক।
উত্তৰ কাছাৰ পাৰ্বত্য জিলাত বৰ্তমানৰ ডিমা হাছাওত 2008 চনত উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দিছিল।উগ্ৰপন্থী বিৰুদ্ধে হোৱা যুঁজত বহু জনৰ মৃত্যু হৈছে। তৎসতেও তেওঁলোকে কোনো ধৰণৰ চৰকাৰী সাহাৰ্য্য সন্মান পাবলৈ সক্ষম হোৱা নাই তেওঁলোক।

Body:বৰ্তমান অসমত কৰ্মৰত 855 জন আচ্ছাম পুলিচ কনিষ্টবল নিয়োগ হৈ আছে যদিও বৰ্তমানেও স্থায়ী সংস্থাপন নহল এইসকল কনিষ্টবলৰ। তেওঁলোকৰ ক্ষোভ কাশ্মীৰ ঘটনাত শ্বহীদ হ9সকলে যি সাহায্য আৰু সন্মান পাইছে তেওঁলোকেও সেই সন্মানৰ যোগ্য। গতিকে চৰকাৰে তেওঁলোকৰ বাবে স্থায়ী সংস্থাপন দিয়াৰ লগতে সাহাৰ্য্য দাবী কৰিছে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.