ETV Bharat / city

ৰাজ্যত নেৰানেপেৰা বৰষুণ : দীঘলীপুখুৰীৰ পাৰত গছ পৰি পথ বন্ধ

দীঘলীপুখুৰীৰ পাৰত গছ পৰি পথ বন্ধ ৷ উভাল খাই পৰিল দুজোপা শতিকা পুৰণি গছ ৷

দীঘলীপুখুৰীৰ পাৰত গছ পৰি পথ বন্ধ
ৰাজ্যত নেৰানেপেৰা বৰষুণ
author img

By

Published : Jun 26, 2020, 11:22 AM IST

গুৱাহাটী, 26 জুন : মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত গছ পৰি পথ বন্ধ ৷ নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ বাবে উভাল খাই পৰিল দুজোপা শতিকা পুৰণি গছ ৷ কটনৰ ছাত্ৰী নিবাসৰ সন্মুখৰ মহঃ তৈয়াবুল্লা পথত সংঘটিত হৈছে এই ঘটনা ৷ যাৰ ফলত পথটোৰ সম্পূৰ্ণ যাতায়ত বন্ধ হৈ পৰিছে ৷ অৱশ্যে বৃহৎ গছ দুজোপা উঘাল খাই পৰাৰ ফলত বিশেষ ক্ষতি হোৱা নাই ৷ ইতিমধ্যে বিভাগীয় লোকে গছ দুজোপা কাটি পথটো মুকলি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

দীঘলীপুখুৰীৰ পাৰত গছ পৰি পথ বন্ধ

লগতে পঢ়ক : গোলাঘাটত আৰম্ভ ক'ৰণাৰ গণ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.