গুৱাহাটী, 20 আগষ্টঃ মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে মহানগৰীৰ লাষ্টগেটস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰত পত্নীৰ সৈতে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস । গুৰুদুজনাৰ তিৰোভাৱ তিথিত চৰকাৰী বন্ধ দিয়াতো চৰকাৰে বিবেচনা কৰিব লাগে বুলি মন্তব্য ৰঞ্জিত দাসৰ ৷ NRCক লৈ নিজৰ স্থিতি শীঘ্ৰেই প্ৰকাশ কৰিব বুলিও উল্লেখ সভাপতিগৰাকীৰ ৷
শীঘ্ৰেই NRCক লৈ নিজৰ স্থিতি স্পষ্ট কৰিব বিজেপিয়েঃ ৰঞ্জিত দাস - গুৱাহাটী
আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নামঘৰ সমূহত চলিছে নাম প্ৰসংগ আৰু তিথিৰ বিশেষ কাৰ্যসূচী। মহানগৰীৰ লাষ্টগেটস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰত পত্নীৰ সৈতে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস। নামঘৰত সেৱা লৈ ভকতৰ সৈতে নাম প্ৰসংগত ব্যস্ত দাস।
শীঘ্ৰেই NRCক লৈ নিজৰ স্থিতি স্পষ্ট কৰিব বিজেপিয়েঃ ৰঞ্জিত দাস
গুৱাহাটী, 20 আগষ্টঃ মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে মহানগৰীৰ লাষ্টগেটস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰত পত্নীৰ সৈতে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস । গুৰুদুজনাৰ তিৰোভাৱ তিথিত চৰকাৰী বন্ধ দিয়াতো চৰকাৰে বিবেচনা কৰিব লাগে বুলি মন্তব্য ৰঞ্জিত দাসৰ ৷ NRCক লৈ নিজৰ স্থিতি শীঘ্ৰেই প্ৰকাশ কৰিব বুলিও উল্লেখ সভাপতিগৰাকীৰ ৷
Intro:• আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নামঘৰ সমূহত চলিছে নাম প্ৰসংগ আৰু তিথিৰ বিশেষ কাৰ্যসূচী।
গুৱাহাটী মহানগৰীৰ লাষ্টগেটস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰত পত্নীৰ সৈতে উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।নামঘৰত সেৱা লৈ ভকতৰ সৈতে নাম প্ৰসংগত ব্যস্ত দাস।
Body:• গুৰুদুজনাৰ তিৰোভাৱ তিথিত চৰকাৰী বন্ধ দিয়াতো বিবেচনা কৰিব লাগে চৰকাৰে
বন্ধ মানুহে উপভোগহে কৰিছে,গুৰু দুজনাৰ প্ৰতি ভক্তি কমিছে, নামঘৰ সত্ৰত সেৰেঙা ভিৰে তাকেই সুচাইছে
চৰকাৰলৈ আহ্বান বিষয়টো বিবেচনা কৰক— ৰঞ্জিত দাস
NRCক লৈ বিজেপিৰ স্থিতি প্ৰকাশ কৰিব বিজেপিয়ে
বিটিচি নিৰ্বাচন খেলিব বিজেপিয়ে
কাৰ লগত মিত্ৰতা কৰিব সেয়া দলে বৈঠকত ল'ব সিদ্ধান্ত
নৱ শৰণীয়াৰ ওপৰত কৰা আক্ৰমণৰ সঠিক তদন্ত হওক
বিটিচি নিৰ্বাচনৰ পূৰ্বে এনে ঘটনা ঘটেই
কোন জড়িত আছে দুৰ্বৃত্ত কৰায়ত্ত কৰিব লাগে
Conclusion:বিজেপিত কংগ্ৰেছীৰ যোগদানক লৈ বিৰূপ প্ৰতিক্ৰিয়াক লৈও মন্তব্য ৰঞ্জিত দাসৰ
২১তাৰিখৰ যোগদান কাৰ্যসূচীৰ পিছতে সংবাদমেল যোদে সদৰি কৰিব সকলো কথা