- গুৱাহাটীত ম’হ ভৰ্তি ট্ৰাক জব্দ (Illegal transportation of Buffalo)
- ৰেলযোগে বহিঃৰাজ্যৰ পৰা চোৰাংভাৱে সৰবৰাহৰ সন্দেহত বামুনিমৈদামৰ নিউ গুৱাহাটী ৰেলৱে ষ্টেচনত উদ্ধাৰ 32 টা ম’হ (New Guwahati Railway Station)
- ৰে’লৰ পৰা ম’হ কেইটা নমাই AS 01 NC 4826 নম্বৰৰ ট্ৰাকেৰে সৰবৰাহৰ সময়তে ৰে’ল আৰক্ষীয়ে জব্দ কৰে ম’হকেইটা
- AK Mandal Enterprises নামেৰে এটা প্ৰতিষ্ঠানৰ নামত দিল্লীৰ এখন ফাৰ্মৰ পৰা অনা হৈছিল এই ম’হকেইটা
- উদ্ধাৰ কৰা ম’হ কেইটাৰ ভিতৰত আছে ১৬ টা পোৱালী আৰু ১৬ টা প্ৰাপ্তবয়স্ক ম'হ
- ৰেলযোগে সৰবৰাহ কৰা ম’হকেইটাৰ যাৱতীয় নথিপত্ৰ বিচাৰি ইতিমধ্যে ৰে’ল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত