ETV Bharat / city

বকোত উদ্ধাৰ প্ৰকাণ্ড অজগৰ - বকোৰ বালাপাৰা

বকোৰ বালাপাৰাত শুকুৰবাৰে নিশা বন বিভাগে উদ্ধাৰ কৰিলে এডাল প্ৰকাণ্ড অজগৰ ৷ বন বিভাগে উদ্ধাৰ কৰি সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে অজগৰ ডালক ৷

বকোত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
বকোত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
author img

By

Published : May 29, 2021, 5:55 PM IST

বকো, 29 মে': কামৰূপ জিলাৰ বকোৰ বালাপাৰাত শুকুৰবাৰে নিশা বন বিভাগে উদ্ধাৰ কৰিলে এডাল প্ৰকাণ্ড অজগৰ । শুকুৰবাৰে নিশা স্থানীয় লোকে অজগৰ ডাল প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ জানিব পৰা মতে বালাপাৰা গাঁওৰ এঘৰ মানুহৰ ঘৰত উদ্ধাৰ হয় আজগৰডাল ৷

বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এটা দলে সাঁপডালক উদ্ধাৰ কৰি বকোৰ আগছিয়া গাৱঁৰ সমীপত থকা এখন সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে । বনাঞ্চলিক বিষয়া আব্দুৰ ৰৌফ আহমেদে জনোৱা মতে, অজগৰডালৰ ওজন প্ৰায় ২০ কিল’গ্ৰাম হ’ব ।

লগতে পঢ়ক : ক'ভিড-১৯: বিমান টিকটৰ মূল্য ১৫% বৃদ্ধি কৰিব কেন্দ্ৰই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.