ETV Bharat / city

খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ - এনআৰচি প্ৰসংগ

মঙলবাৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে মহানগৰীৰ চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এন আৰ চিত বাদ পৰা গৰিয়া - মৰিয়া,দেশীকে ধৰি খিলঞ্জীয়া সকলক বিশেষ ব্যৱস্থাৰে অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই সংগঠনৰ সদস্যসকলে ৷ সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন আলফা নেতা মৃনাল হাজৰিকাই ৷

খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Sep 10, 2019, 5:09 PM IST

গুৱাহাটী, 10 ছেপ্তেম্বৰ : মঙলবাৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে মহানগৰীৰ চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এন আৰ চিত বাদ পৰা গৰিয়া-মৰিয়া,দেশীকে ধৰি খিলঞ্জীয়া সকলক বিশেষ ব্যৱস্থাৰে অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই সংগঠনৰ সদস্যসকলে ৷ তাৰোপৰি,এন আৰ চিত খিলঞ্জীয়াক বাদ দিয়া আৰু অবৈধ বিদেশীক অন্তৰ্ভুক্ত কৰা বিষয়ৰ তদন্ত দাবী কৰাৰ লগতে গৰিয়া-মৰিয়া দেশী জলহা ইছলামধৰ্মী খিলঞ্জীয়াৰ অৰ্থ সামাজিক সুকীয়া জৰীপ কাৰ্য সম্পন্ন কৰিবলৈ আহ্বান কৰে সংগঠনটোৱে ৷ সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন আলফা নেতা মৃনাল হাজৰিকাই ৷

খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ

খিলঞ্জীয়াই নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে বিদেশী ন্যায়াধীশৰ ওচৰত এনেদৰে ঘূৰি ফুৰিব লগা হোৱা কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি জনাই হাজৰিকাই । ইফালে, এন আৰ চিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য প্ৰদান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি দাবী কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ।

Intro:মংগলবাৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে মহানগৰীৰ চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ এনআৰচিত বাদ পৰা গৰিয়া-মৰিয়া, দেশীকে ধৰি খিলঞ্জীয়াক বিশেষ ব্যৱস্থাৰে অন্তৰ্ভূক্ত কৰাৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ৷ তাৰোপৰি এনআৰচিত খিলঞ্জীয়াক বাদ পেলোৱা আৰু অবৈধ বিদেশীক অন্তৰ্ভূক্ত কৰা বিষয়াৰ ওপৰত তদন্ত কৰা, চৰকাৰে ঘোষণা কৰা গৰিয়া-মৰিয়া দেশী জলহা আদি ইছলামধৰ্মী খিলঞ্জীয়াৰ অৰ্থ সামাজিক সুকীয়া জৰীপ কাৰ্য সম্পন্ন কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে৷ সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আলফা নেতা মৃনাল হাজৰিকা। খিলঞ্জীয়াই নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে বিদেশী ন্যায়াধীশৰ ওচৰত তাঁতবাটি কাঢ়িবলগীয়া কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। খিলঞ্জীয়াৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰে আলফা নেতা মৃনাল হাজৰিকাই। ইফালে এনআৰচিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য প্ৰদান কৰাৰ বাবে পদক্ষেপ হাতত লৈছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.