ETV Bharat / city

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে শপত ল'লে অধ্যাপক ড০ ৰমেশ চন্দ্ৰ ডেকাই

তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ জ‍্যেষ্ঠ অধ‍্যাপক হিচাপে পূৰ্বে ড০ ৰমেশ চন্দ্ৰ ডেকাই কাৰ্যনিৰ্বাহ কৰিছিল । কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ পাছত আজি তেওঁ শপত গ্ৰহণ কৰে। এগৰাকী অত‍্যন্ত সহজ, সৰল, প্ৰখৰ মেধাসম্পন্ন, সুন্দৰ মনৰ মানুহ হিচাপে পৰিচিত ড০ ৰমেশ চন্দ্ৰ ডেকা এগৰাকী ভাল বেহেলা বাদকো ।

Etv কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে শপত ল'লে অধ্যাপক ড০ ৰমেশ চন্দ্ৰ ডেকাইBharat
Etকটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে শপত ল'লে অধ্যাপক ড০ ৰমেশ চন্দ্ৰ ডেকাইv Bharat
author img

By

Published : Sep 7, 2022, 3:07 PM IST

গুৱাহাটী,৭ ছেপ্টেম্বৰঃ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ (Cotton University) উপাচাৰ্য হিচাপে আজি শপত গ্ৰহণ কৰে অধ্যাপক ড০ ৰমেশ চন্দ্ৰ ডেকাই (Vice Chancellor Ramesh Chandra Deka) । ৰাজভৱনত আয়োজন কৰা এক অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ নৱ-নিযুক্ত উপাচাৰ্য গৰাকীয়ে দায়িত্ব আৰু কৰ্তব্যৰ শপত গ্ৰহণ কৰে । উপাচাৰ্যগৰাকীক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে (Governor Jagadish Mukhi) ।

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে শপত ল'লে অধ্যাপক ড০ ৰমেশ চন্দ্ৰ ডেকাই
কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে শপত ল'লে অধ্যাপক ড০ ৰমেশ চন্দ্ৰ ডেকাই

অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু (Education Minister Ranoj Pegu) আৰু শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । শিক্ষামন্ত্রী ডাঃ পেগুৱে নৱ-নিযুক্ত উপাচাৰ্যগৰাকীক অভিনন্দন জ্ঞাপন কৰি ড০ ৰমেশ চন্দ্ৰ ডেকাৰ সুপৰিচালনাত বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক উন্নতি কামনা কৰে ।

উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ জ‍্যেষ্ঠ অধ‍্যাপক হিচাপে পূৰ্বে ড০ ৰমেশ চন্দ্ৰ ডেকাই কাৰ্যনিৰ্বাহ কৰিছিল । কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ পাছত আজি তেওঁ শপত গ্ৰহণ কৰে। এগৰাকী অত‍্যন্ত সহজ, সৰল, প্ৰখৰ মেধাসম্পন্ন, সুন্দৰ মনৰ মানুহ হিচাপে পৰিচিত ড০ ৰমেশ চন্দ্ৰ ডেকা এগৰাকী ভাল বেহেলা বাদকো ।

লগতে পঢ়ক: আকৌ ডেপুটেছনত ওলাইছে দুই IAS বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.