ETV Bharat / city

ৰঙিয়াৰ দুটাকৈ ভোটকেন্দ্ৰত ইভিএম বিকল

ৰঙিয়াৰ দুটাকৈ সমষ্টিত ই ভি এম বিকল ৷ ভোটদানৰ বাবে ৰৈ আছে ভোটাৰসকল ৷

ৰঙিয়াৰ দুটাকৈ ভোটকেন্দ্ৰত ই ভি এম বিকল
ৰঙিয়াৰ দুটাকৈ ভোটকেন্দ্ৰত ই ভি এম বিকল
author img

By

Published : Apr 1, 2021, 9:30 AM IST

ৰঙিয়া,1 এপ্ৰিল: ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ৰঙিয়া সমষ্টিৰ দুটাকৈ ভোটকেন্দ্ৰত ইভিএম বিকল হোৱা বুলি জানিব পৰা গৈছে ৷ ৰঙিয়াৰ ৭৩ নং পূৱ সীতাৰা এল পি স্কুল আৰু ১৬৬ নং খন্দিকৰ এম ই স্কুলত থকা ভোটকেন্দ্ৰৰ ইভিএম বিকল হোৱা হৈছে ৷

ৰঙিয়াৰ দুটাকৈ ভোটকেন্দ্ৰত ই ভি এম বিকল
ৰঙিয়াৰ দুটাকৈ ভোটকেন্দ্ৰত ই ভি এম বিকল

৭৩ নং পূৱ সীতাৰা ভোটকেন্দ্ৰত ১০৯ টা ভোট প্ৰদানৰ পিছতেই ইভিএম বিকল হৈ পৰে ৷ ফলত প্ৰায় ডেৰ ঘণ্টা সময় ধৰি বন্ধ হৈ পৰিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷

লগতে পঢ়ক: অবাধ বনধ্বংসই অশনি সংকেট কঢ়িয়াইছে পূবৰ আমাজনলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.