ETV Bharat / city

গুৱাহাটীত গ্ৰেপ্তাৰ ৱেব পৰ্টেলৰ মুখ্য সম্পাদক - সংবাদ প্ৰতিষ্ঠান

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ এখন ফটো বিকৃত ৰূপত উপস্থাপন কৰি গ্ৰেপ্তাৰ হৈছে এটা ৱেব পৰ্টেলৰ মুখ্য সম্পাদকসহ সংবাদ প্ৰতিষ্ঠানটোৰ পাঁচগৰাকী সাংবাদিক ৷ বাতৰিৰ কোনোধৰণৰ সত্য সত্যতা পৰীক্ষা নকৰাকৈ পৰিবেশন কৰাৰ অভিযোগ আছিল সংবাদ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৷

police arrest webportal editor in chief
গুৱাহাটীত গ্ৰেপ্তাৰ ৱেব পৰ্টেলৰ মুখ্য সম্পাদক
author img

By

Published : Feb 17, 2021, 3:01 PM IST

Updated : Feb 17, 2021, 3:10 PM IST

নিউজ ডেস্ক, 17 ফেব্ৰুৱাৰী: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ এখন ফটো বিকৃত ৰূপত উপস্থাপন কৰি গ্ৰেপ্তাৰ হৈছে এটা ৱেব পৰ্টেলৰ মুখ্য সম্পাদকসহ সংবাদ প্ৰতিষ্ঠানটোৰ পাঁচগৰাকী সাংবাদিক ৷ সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক তফিকউদ্দিন আহমেদৰ লগতে নিউজ এডিটৰ ইকবালক গ্ৰেপ্তাৰ কৰা হৈছে । পিতৃ আৰু কন্যাৰ সম্পৰ্কত কালিমা সনাৰ অপচেষ্টা চলাইছিল ৱেব পৰ্টেলটোৱে ৷

  • Editor in Chief of Pratibimba Live Taufiquddin Ahmad and News Editor Iqbal have been arrested and would be taken in custody to investigate conspiracy behind airing such news.

    — GP Singh (@gpsinghassam) February 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ । বাতৰিৰ কোনো ধৰণৰ সত্য সত্যতা পৰীক্ষা নকৰাকৈ পৰিবেশন কৰাৰ অভিযোগ আছিল সংবাদ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: আজি উন্মোচিত হ’ব হিমন্ত বিশ্ব শৰ্মাৰ চতুৰ্থখন গ্ৰন্থ

Last Updated : Feb 17, 2021, 3:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.