ETV Bharat / city

কাইলৈ অগপত যোগ দিব পৰমানন্দ ৰাজবংশীয়ে

author img

By

Published : Nov 9, 2020, 9:58 PM IST

কাইলৈ আৰম্ভ হ'ব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীৰ ৰাজনৈতিক যাত্ৰা । অসম গণ পৰিষদ দলত যোগ দিব ৰাজবংশীয়ে ।

অসম গণ পৰিষদ দলত যোগ দিব ৰাজবংশীয়ে
কাইলৈ অগপত যোগ দিব পৰমানন্দ ৰাজবংশীয়ে

গুৱাহাটী, 9 নৱেম্বৰ : কাইলৈ আৰম্ভ হ'ব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীৰ ৰাজনৈতিক যাত্ৰা । অসম গণ পৰিষদ দলত যোগ দিব ৰাজবংশীয়ে । সম্ভৱতঃ প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি এগৰাকীয়ে এনেদৰে সক্ৰিয় ৰাজনৈতিক জীৱন আৰম্ভ কৰিব ।

অসম সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত হোৱাৰ বাবে সভাৰ ভিতৰচৰাতে ৰাজনীতি আৰম্ভ কৰাৰ অভিযোগত অভিযুক্ত ৰাজবংশীৰ সক্ৰিয় ৰাজনৈতিক যাত্ৰা লক্ষনীয় হ'ব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক : বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.