ETV Bharat / city

পি. কে. দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ - প্ৰাক্তন আৰক্ষী মহানিৰ্দেশক পি.কে. দত্ত

প্ৰাক্তন আৰক্ষী মহানিৰ্দেশক
পি.কে. দত্ত
author img

By

Published : Oct 13, 2020, 6:17 PM IST

Updated : Oct 13, 2020, 7:10 PM IST

18:08 October 13

14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দত্তক

নিউজ ডেস্ক, 13 অক্টোবৰ : প্ৰাক্তন আৰক্ষী মহানিৰ্দেশক পি.কে. দত্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ ৰাজ্য কঁপোৱা SI কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ পি. কে. দত্তৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, 7 অক্টোবৰৰ পৰা ছয় দিনৰ বাবে চিআইডিৰ জিম্মাত আছিল দত্ত ৷  

প্ৰাক্তন আৰক্ষী মহানিৰ্দেশক গৰাকীৰ হৃদৰোগজনিত সমস্যা আৰু অক্সিজেন লেভেল হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, মঙলবাৰে দত্তক পশ্চিম বংগৰ আৰক্ষীয়ে ভাৰত-নেপাল সীমান্তৰ কাকৰভিটাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷  

বৰ্তমানলৈকে SI প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ সন্দেহত 47 জন লোকক আটক কৰা হৈছে ৷ 

লগতে পঢ়ক : অৱশেষত অক্ষয় চান্দ বৈদৰ গুদাম পৰিদৰ্শন বঙাইগাঁও জিলা প্ৰশাসনৰ

Last Updated : Oct 13, 2020, 7:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.