ETV Bharat / city

পুনৰ ৰাজ্যত ভয়ানক ৰূপত বানৰ আশংকা

author img

By

Published : Jul 24, 2019, 1:27 AM IST

ৰাজ্যৰ চাৰিওদিশে বানৰ সংহাৰী ৰূপে তাণ্ডৱ চলোৱাৰ পাচত কিছু পৰিমানে শুকাইছিল নৈ উপনৈ সমূহৰ বাঢ়নী পানী ৷ কিন্তু যোৱা দুদিন ধৰি পুনৰ নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ-উপনৈসমূহৰ জলস্তৰ ৷

পুনৰ ৰাজ্যত ভয়ানক ৰূপত বানৰ আশংকা

নিউজডেস্ক, 23জুলাইঃ বছৰৰ দ্বিতীয়টো বানৰ বিভীষিকা আঁতৰ নহওতেই ৰাজ্যত পুনৰ বলীয়া বানে বুৰালে বিস্তৃৰ্ণ অঞ্চল । আই আৰু মানাহ নৈৰ বাঢ়নী পানীয়ে বুৰালে কীৰ্ত্তন পাৰা ডাঙ্গাইগাও সংযোগী পকী পথ ।

উত্তৰ অভয়াপুৰীৰ কীৰ্ত্তন পাৰাত পুনৰ ডুবিল ৩০ খনৰো অধিক গাঁও । মৰা পাগলাদিয়া নৈয়ে পুনৰ বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল । চামইতাপাৰাত ছিগিল মৰাপাগলদিয়া নৈৰ মথাউৰি প্লাৱিত কৰিলে কেইবাখনো গাঁও । ইপিনে পুঠিমাৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত পুনৰ টালি টোপোলা লৈ শিবিৰত প্ৰবেশ আঠগাঁৱৰ বন্যাৰ্তৰ । লগতে বেঁকী নৈ বিপদ সীমাৰ ওপৰেৰে বোৱাত কলগাছিয়াৰ পৰা মোৱামাৰিলৈ যোৱা গাৰকাপ্তানী পথৰ ওপৰেৰে বৈছে বাঢ়নী পানী ।

পুনৰ ৰাজ্যত ভয়ানক ৰূপত বানৰ আশংকা

আনহাতে সোমবাৰৰ পৰা হোৱা প্ৰবল বৰষুণৰ ফলত মঙলদৈ আৰু তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ বাঙালীপাৰা অঞ্চলটো জলমগ্ন হৈ পৰিছে । বিলাসীপাৰাত গৌৰাং নৈৰ বাঢ়নী পানীৰ সোঁতত ডুব গৈছে এখনৰ পিছত আন এখন গাঁও |

Intro:মৰা পাগলদিয়া নৈয়ে পুনৰ বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল।Body:বছৰৰ দ্বিতীয়টো বানৰ বিভীষিকা আতৰ নৌহতেই পুনৰ বুৰালে বলীয়া বানে।ভূটানৰ পৰা নামি অহা পানীৰ ঢল আৰু নেৰানেপেৰা বৰষুণৰ ফলত বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল।পুনৰ আতংকিত হৈ পৰিছে জনসাধাৰণ। পুনৰ বানৰ বিভিষীকা । চামইতাপাৰাত ছিগিল মৰপাগলদিয়া নৈৰ মথাউৰি প্লাৱিত কৰিলে কেইবাখনো গাওঁ।যাৰ ফলত গোৱৰাদল,লংকা,ষাঠিকুছী, বকুৱাজাৰিকে ধৰি কেইবাখনো গাও বানৰ কৱলত । কেইবাটাও গড়কাপ্তানি পথৰ ওপৰেৰে বাগৰিছে পানী । টিহু-আখৰা আৰু গোৱৰাদল-বৰমা গড়কাপ্তানি পথেৰে যাতায়ত ব্যাহত হৈ পৰিছে।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.