ETV Bharat / city

ব্ৰহ্মপুত্ৰৰ বুকুত এছডিআৰএফ বাহিনীৰ অভিযান

শনিবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত বহুসংখ্যক মূৰ্তি উদ্ধাৰ হোৱাৰ পাচতে দেওবাৰে মূৰ্তিৰ সন্ধানত এছডিআৰএফ বাহিনীয়ে অভিযান চলায় ৷ দেওবাৰেও দুটাকৈ মূৰ্তি উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে ৷

author img

By

Published : Dec 1, 2019, 3:13 PM IST

দেওবাৰে দুটা মূৰ্তি উদ্ধাৰ
ব্ৰহ্মপুত্ৰৰ বুকুত এছডিআৰএফ বাহিনীৰ অভিযান

গুৱাহাটী, 1 ডিচেম্বৰঃ ব্ৰহ্মপুত্ৰৰ বুকুত পিতল আৰু অস্ত ধাতুৰ 41 টাকৈ মূৰ্তি উদ্ধাৰ হোৱাৰ পাচত দেওবাৰে এছডিআৰএফ বাহিনীৰ এটা দলে মূৰ্তিৰ সন্ধানত অভিযান চলায় ৷ দেওবাৰে চলোৱা এই অভিযানত পূজাৰ সামগ্ৰীৰ লগত উদ্ধাৰ কৰা হয় দুটাকৈ মূৰ্তি ৷

এছডিআৰএফ বাহিনীৰ অভিযান
ব্ৰহ্মপুত্ৰৰ বুকুত মূৰ্তি উদ্ধাৰ
এছডিআৰএফ বাহিনীৰ অভিযান
ব্ৰহ্মপুত্ৰৰ বুকুত এছডিআৰএফ বাহিনীৰ অভিযান

উল্লেখযোগ্য যে, উমানন্দ মন্দিৰলৈ যোৱা ঘাটত শনিবাৰে উদ্ধাৰ হৈছিল হিন্দু দেৱ-দেৱীৰ পিতল আৰু অস্ত ধাতুৰ মূৰ্তি ৷ উমানন্দ ঘাটৰ সমীপতে থকা ত্ৰিশূল হোটেলৰ কৰ্মচাৰী চানু আলিয়ে 12:30 বজাত গা ধুবলৈ গৈ উদ্ধাৰ কৰিছিল এটা শ্ৰীকৃষ্ণৰ মূৰ্তি ৷ এই কথা মালিকক অৱগত কৰোৱাত চানু আলি আৰু অন্য এজন লোক পুনৰ নদীত নামি কালী, লক্ষ্মী, বিষ্ণু, শিৱ, গণেশ, ব্ৰহ্মা, দুৰ্গাকে ধৰি প্ৰায় 35 বিধ মূৰ্তি উদ্ধাৰ কৰে ৷ শনিবাৰে সন্ধিয়া লৈ এছডিআৰএফৰ এটা দলে অভিযান চলাই মুঠ 41 টাকৈ মূৰ্তি উদ্ধাৰ কৰে ।

ব্ৰহ্মপুত্ৰৰ বুকুত এছডিআৰএফ বাহিনীৰ অভিযান

আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে যে, মহানগৰীৰ আশে-পাশে থকা মন্দিৰৰ পৰা চুৰি হোৱা মূৰ্তিসমূহ দুৰ্বৃত্তই ধৰা পৰাৰ ভয়ত এনেদৰে পেলাই দিছে ।

আৰু পঢ়ক : মানকাচাৰত ভয়াবহ অগ্নিকাণ্ডঃ বহু নথি-পত্ৰ ভস্মীভূত

Intro:ব্ৰহ্মপুত্ৰৰ বুকুত মূৰ্তি বিচাৰি এছ ডি আৰ এফৰ অভিযান

Body:উমানন্দ মন্দিৰলৈ যোৱা ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত শনিবাৰে
পিতল আৰু অস্ত ধাতুৰ 41 টাকৈ মূৰ্তি উদ্ধাৰ হোৱাৰ পাছত দেওবাৰেও পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ বুকুত মূৰ্তি বিচাৰী এছ ডি আৰ এফৰ এটা দলে অভিযান অব্যাহত ৰাখিছে। আজিও পূজাৰ সামগ্ৰী লগতৰ এটা চাই বাবা মূৰ্তি, এটা নান্দী ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা উদ্ধাৰ কৰিছে এছ ডি আৰ এফ অভিযানকৰী দলে উল্লেখযোগ্য যে উমানন্দ মন্দিৰলৈ যোৱা ঘাটত শনিবাৰে উদ্ধাৰ হৈছিল হিন্দু দেৱ-দেৱীৰ পিতল আৰু অস্ত ধাতুৰ মূৰ্তি। উমানন্দ ঘাটৰ সমীপতে থকা ত্ৰিশূলৰ হোটেলৰ কৰ্মচাৰী চানু আলিয়ে
শনিবাৰে দিনৰ ১২:৩০ বজাত গা ধুই থকাৰ সময়ত উদ্ধাৰ কৰে এটা শ্ৰীকৃষ্ণৰ মূৰ্তি। মূৰ্তি উদ্ধাৰ হোৱাৰ কথা চানু আলিয়ে মালিকক জনায়। ঘটনাৰ খবৰ পাইয়ে লতাশিল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চানু আলি আৰু অন্য এজন লোক পুনৰ নদীত নামি কালি, লক্ষ্মী, বিষ্ণু, শিৱ, গণেশ, ব্ৰহ্মা, দুৰ্গাকে ধৰি প্ৰায় ৩৫ বিধ মূৰ্তি উদ্ধাৰ কৰে। শনিবাৰে সন্ধিয়া লৈ এছ ডি আৰ এফৰ এটা দলে অভিযান চলাই মুঠ 41 টাকৈ মূৰ্তি উদ্ধাৰ কৰে।

Bite এছ ডি আৰ এফ

আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে যে মহানগৰীৰ আশে-পাশে অঞ্চলত থকা মন্দিৰৰ পৰা চুৰি হোৱা মূৰ্তিসমূহ দুৰ্বৃত্তই এনেদৰে পেলাই দিছে।

Conclusion:Asrar Ansari
গুৱাহাটী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.