ETV Bharat / city

মহানগৰীৰ গেমচ ভিলেজৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা; নিহত 1 - one girl dead in road accident near game village guwahati

মহানগৰীৰ গেমচ ভিলেজৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা ৷ থিতাতে নিহত চুইটি নাটো নামৰ স্কুটী আৰোহীগৰাকী । আনহাতে গুৰুতৰভাবে আহত হয় গঙ্গা দেৱী ৰাভা নামৰ আন এগৰাকী মহিলা ।

প্ৰতীকি ছবি
author img

By

Published : Nov 3, 2019, 3:08 PM IST

গুৱাহাটী, ৩ নৱেম্বৰঃ দেওবাৰে মহানগৰীৰ গেমচ ভিলেজৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা ৷ এই ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে নিহত AS01 BE 2067 নম্বৰৰ স্কুটী আৰোহী চুইটি নাটো নামৰ যুৱতীগৰাকী । আনহাতে গুৰুতৰ ভাবে আহত হয় গঙ্গা দেৱী ৰাভা নামৰ আন এগৰাকী মহিলা । ঘটনা অনুসৰি, নম্বৰপ্লেট বিহীন বলেৰো পিক আপ ভেন এখনে মহতিয়াই নিয়ে ই-ৰিস্কা আৰু স্কুটী আৰোহীক । আহত মহিলাগৰাকীক ইতিমধ্যে হেল্থ চিটি হস্পিতালত ভৰ্তি কৰোৱা হৈছে । আনহাতে এই দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে পিক আপ ভেনখনে ৷ অৱশ্যে পাচত বাহনখনৰ চালক অজিত সিঙক নালাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে ।

মহানগৰীৰ গেম ভিলেজৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা

Intro:মহানগৰীৰ গেম ভিলেজৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা
Body:গুৱাহাটী, ৩ নৱেম্বৰ: মহানগৰীৰ গেম ভিলেজৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত AS01 BE 2067 নম্বৰৰ স্কুটী আৰোহী চুইটি নাটো নামৰ যুৱতী গৰাকী। আনহাতে গুৰুতৰ ভাবে আহত গঙ্গা দেৱী ৰাভা। ঘটনা অনুসৰি নম্বৰপ্লেট বিহীন বলেৰো পিক আপ ভেন এখনে মহতিয়াই নিয়ে ই ৰিস্কা আৰু স্কুটী আৰোহীক। আহত গৰাকীক ইতিমধ্যে হেল্থ চিটি হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰা পিক আপ ভেন খনৰ চালক অজিত সিঙক নালাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।Conclusion:Asrar Ansari

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.